জুবেইদা (চলচ্চিত্ৰ)
জুবেইদা | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | শ্য়াম বেনেগাল |
চিত্ৰনাট্য | খালিদ মহম্মদ |
কাহিনী | খালিদ মহম্মদ |
প্ৰযোজক | ফাৰুক ৰট্টনচি |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | ৰাজন কোঠাৰী |
সম্পাদনা | অসীম সিনহা |
সংগীত পৰিচালক | এ আৰ ৰহমাৱ |
প্ৰযোজনা কোম্পানী |
FKR প্ৰডাকচনচ |
পৰিবেশক | যশৰাজ ফিল্মছ |
মুক্তি |
১৯ জানুৱাৰী ২০০১ |
দৈৰ্ঘ্য |
১৫৩ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹5 crore [1] |
সৰ্বমুঠ আয় | ₹5.6 crore[2] |
জুবেইদা (ইংৰাজী: Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।[3]
জুবেইদা হৈছে শ্যাম বেনেগালৰ ত্ৰিল’জীৰ শেষৰখন ছবি। অন্য দুখন হ’ল মাম্মো (১৯৯৪) আৰু চৰ্দাৰী বেগম (১৯৯৬)। যোধপুৰৰ হানৱন্ত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা দুৰ্ভগীয়া অভিনেত্ৰী জুবেইদা বেগমৰ জীৱনৰ আধাৰত নিৰ্মিত। জুবেইদা বেগম এই ছবিখন ছবিখনৰ লেখক খালিদ মহম্মদৰ মাতৃ আছিল।
এই ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে কৰিশ্মা কাপুৰে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক)ৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। কৰিশ্মাই এই ছবিত কৰা অভিনয়ক তথা ফিজাৰ নাম ভূমিকাত কৰা অভিনয়ক বহু সমালোচকে তেওঁৰ শ্ৰেষ্ঠ অভিনয় বুলি গণ্য কৰে।[4] ছবিখনে বহুল প্ৰশংসা লাভ কৰিছিল আৰু ইয়াক বেনেগালৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়, যিয়ে বাণিজ্যিক আৰু সমান্তৰাল চলচ্চিত্ৰৰ ৰেখাডালক ম্লান কৰি পেলাইছিল।[5]
বঁটা
[সম্পাদনা কৰক]- শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ ক্ৰিটিক এৱাৰ্ড- কৰিশ্মা কাপুৰ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Boxoffice". Archived from the original on 17 November 2015. https://web.archive.org/web/20151117191150/http://boxofficeindia.com/Movies/movie_detail/zubeidaa#.VikaaH7hDIU। আহৰণ কৰা হৈছে: 22 October 2015.
- ↑ "Zubeidaa - Movie - Box Office India". http://www.boxofficeindia.com/movie.php?movieid=685। আহৰণ কৰা হৈছে: 5 February 2017.
- ↑ "Film Review: Zubeidaa". The Hindu. February 2001. https://www.thehindu.com/todays-paper/tp-miscellaneous/tp-others/film-review-zubeidaa/article27914134.ece.
- ↑ Iqbal, Murtuza (2019-06-25). "Birthday Special: Top performances of Karisma Kapoor" (en-GB ভাষাত). EasternEye. https://www.easterneye.biz/birthday-special-top-performances-of-karisma-kapoor/। আহৰণ কৰা হৈছে: 2019-06-26.
- ↑ "Shyam Benegal's Zubeidaa was the tale of an era where men ruled and women were merely consorts" (en-IN ভাষাত). The Indian Express. 2017-12-14. https://indianexpress.com/article/entertainment/bollywood/shyam-benegal-zubeidaa-when-men-ruled-women-were-consorts-karisma-kapoor-manoj-bajpayee-4981185/। আহৰণ কৰা হৈছে: 2019-06-26.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- জুবেইদা (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।