২ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ২ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২ জুলাই (ইংৰাজী: 2 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৩তম (অধিবৰ্ষত ১৮৪তম) দিন। বছৰ শেষ হ'বলৈ ১৮২ দিন বাকী থাকে।

ঘটনাপঞ্জী[সম্পাদনা কৰক]

  • ১৬৯৮ – থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে।
  • 1897 – ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে।
  • ১৯৪০– ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বোসক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়।
  • ২০০২ – অকলশৰে বেলুনত উঠি পৃথিৱী প্ৰৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফ'ছেট।
  • ২০১৩ - আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্ল'টোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহ দুটাক ক্ৰমে কাৰ্বেৰছ (Kerberos) আৰু ষ্টিক্স (Styx) নামেৰে নামকৰণ কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]