৩০ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ৩০ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৩০ জুলাই (ইংৰাজী: 30 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১১তম (অধিবৰ্ষত ২১২তম) দিন। বছৰ শেষ হ'বলৈ ১৫৪ দিন বাকী থাকে।

জন্ম[সম্পাদনা কৰক]

  1. ১৯২৬ চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।
  2. ১৯৭৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী চনু নিগমৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৭৭১ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি টমাছ গ্ৰেৰ মৃত্যু হৈছিল।
  2. ১৭৮৪ চনৰ আজিৰ দিনটোত আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰ মৃত্যু হৈছিল।
  3. ১৮৯৮ চনৰ আজিৰ দিনটোত জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ডন বিছমাৰ্কৰ মৃত্যু হয়।
  4. ২০০৭ চনৰ আজিৰ দিনটোত ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছনৰো পৰিচালক ইংমাৰ বাৰ্গমেনৰ মৃত্যু হয়।

অনান্য[সম্পাদনা কৰক]

  1. ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি নামকৰণ কৰা হয় কৰ্ণাটক
  2. ২০০০ চনৰ আজিৰ দিনটোত বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপৰহৰণ কৰা হৈছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]