৩১ জুলাই
অৱয়ব
(জুলাই ৩১ৰ পৰা পুনঃনিৰ্দেশিত)
| জুলাই | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | |||
| ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
| ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
| ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
| ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
| ২০২৬ | ||||||
৩১ জুলাই (ইংৰাজী: 31 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১২তম (অধিবৰ্ষত ২১৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৩টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী
[সম্পাদনা কৰক]- ১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপে ক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে।
- ১৬৫৮ - ঔৰংজেৱ মোগল সম্ৰাট হৈছিল।
- ১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল।
- ১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।
- ১৯৪০ - স্বাধীনতা সংগ্ৰামী উধম সিঙক মাইকেল অ'ডায়ৰক গুলিয়াই হত্য়া কৰা বাবে ফাঁচি দিয়া হৈছিল।
- ১৯৯২ - চেতাৰ বাদক পণ্ডিত ৰবিশংকৰে মেগচেছে বঁটা পাইছিল।
- ২০০৪ - তুলসী দাসলৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা।
জন্ম
[সম্পাদনা কৰক]- ১৮০৩ - চুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জন এৰিকছন।
- ১৮১২ - এলেন অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা।
- ১৮৮০ - মুন্সী প্ৰেমচান্দ, ভাৰতীয় হিন্দী আৰু উৰ্দু ভাষাৰ সাহিত্যিক।
- ১৯০২ - প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল।
- ১৯১২ - আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেন।
- ১৯৪৭ - মমতাজ, ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ৫৪ - খ্ৰীষ্টপূৰ্ৱ - অ'ৰেলিয়া ক'ট্টা (ইংঃ Aurelia Cotta), জুলিয়াছ চিজাৰৰ মাতৃ।
- ১৯৪০ - ছহিদ উধম সিং, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৫২ - বেলা মিত্ৰ, আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ আছিল।
- ১৯৭০ - ফণী শৰ্মা, অসমীয়া অভিনেতা।
- ১৯৮০ - মহম্মদ ৰফি, ভাৰতীয় সঙ্গীত শিল্পী।
- ২০০৪ - অজান বৰুৱা, অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক।
- ২০২২ - নিৰ্মলা মিশ্ৰ, বঙালী আৰু অসমীয়া কন্ঠশিল্পী।
দিৱস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৩১ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||