সমললৈ যাওক

জুলি ঝুও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলি ঝুও
জন্ম চাংহাই, চীন
শিক্ষা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়
পেচা সহ-প্ৰতিষ্ঠাপক
নিয়োগকৰ্তা ছানডিয়াল
জনা যায় প্ৰডাক্ট ডিজাইন
সন্তান
ৱেবছাইট
juliezhuo.com

জুলি ঝুও এগৰাকী চীনা-আমেৰিকান ব্যৱসায়ী আৰু কম্পিউটাৰ বিজ্ঞানী। তেওঁ ফেচবুকৰ প্ৰডাক্ট ডিজাইনৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু বৰ্তমান ছানডিয়ালৰ সহ-প্ৰতিষ্ঠাপক।[1] ঝুও হৈছে দ্য মেকিং অৱ এ মেনেজাৰ (২০১৯) নামৰ গ্ৰন্থখনৰ লেখক।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ঝুও চাংহাইৰ। পাঁচ বছৰ বয়সত তাইৰ পৰিয়াল টেক্সাছলৈ গুচি যায়।[2] তেওঁ কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰি ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৬ চনৰ মে' মাহত ঝুও ফেচবুকত প্ৰথম ইণ্টাৰ্ণ হিচাপে যোগ দিয়ে, যিটো তেওঁৰ প্ৰথম চাকৰিও আছিল।[2][4] ২৫ বছৰ বয়সত তেওঁ এগৰাকী পৰিচালক হয়।[3][5] ঝুও ফেচবুকত প্ৰডাক্ট আৰু ডিজাইনৰ উপ-সভাপতি আছিল।

তেওঁ দ্য মেকিং অৱ এ মেনেজাৰ: ৱাট টু ডু ৱেন এভ্ৰিয়ন লুকছ টু ইউ নামৰ কিতাপখন লিখিছিল।[3] গ্ৰন্থখন ২০১৯ চনত প্ৰকাশ পাইছিল।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ঝুওৰ তিনিটা সন্তান আছে।[7] তেওঁ আৰু তেওঁৰ স্বামী কেলিফৰ্ণিয়াত থাকে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Julie Zhuo". read.cv. Archived from the original on 2023-07-17. https://web.archive.org/web/20230717203234/https://read.cv/julie আহৰণ কৰা হৈছে: 2023-07-17.
  2. 1 2 Bessette, Chanelle (June 2, 2014). "She's not just pushing pixels" (en ভাষাত). Fortune. http://fortune.com/2014/06/02/tech-star-julie-zhuo/ আহৰণ কৰা হৈছে: 2019-04-25.
  3. 1 2 3 Connley, Courtney (2019-04-25). "Facebook VP shares her top advice for getting promoted". CNBC. https://www.cnbc.com/2019/04/25/facebook-vp-shares-her-top-advice-for-getting-promoted.html আহৰণ কৰা হৈছে: 2019-04-25.
  4. Connley, Courtney (April 2, 2019). "8 successful women share how they negotiated their first big raise—and the advice they'd give others looking to do the same" (en ভাষাত). CNBC. https://www.cnbc.com/2019/04/02/successful-women-share-how-they-negotiated-their-first-big-raise.html আহৰণ কৰা হৈছে: 2023-03-22.
  5. "The Challenges (and Triumphs) of a Young Manager". Harvard Business Review. 2019-08-20. ISSN 0017-8012. https://hbr.org/podcast/2019/08/the-challenges-and-triumphs-of-a-young-manager.
  6. 1 2 Julie Zhuo (19 March 2019). The Making of a Manager: How to Crush Your Job As the New Boss. Penguin Random House. ISBN 978-0-7535-5289-6. https://books.google.com/books?id=dQPeswEACAAJ.
  7. Cain, Áine. "A day in the life of an executive at Facebook, the best place to work in America". Business Insider. https://www.businessinsider.com/facebook-exec-daily-routine-2017-11 আহৰণ কৰা হৈছে: 2019-04-25.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]