সমললৈ যাওক

জু ৱেনজুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Ju Wenjun
居文君

জু ৱেনজুন টাটা ষ্টীল দবা টুৰ্ণামেণ্টত, ২০২৪
দেশ চীন
জন্ম ৩১ জানুৱাৰী, ১৯৯১ (৩৪ বছৰ)
ছাংহাই,চীন
খিতাপ গ্ৰেণ্ডমাষ্টাৰ,২০১৪
বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপ ২০১৮-- বৰ্তমান পৰ্যন্ত
ফিডে ৰেটিং 2561 (ফেব্ৰুৱাৰী 2025)
শীৰ্ষ ৰেটিং ২৬০৪( মাৰ্চ,২০১৭)

জু ৱেনজুন[1] এগৰাকী চীনা গ্ৰেণ্ডমাষ্টাৰ (GM) আৰু ঘাইকৈ মহিলা বিশ্ব দবা চেম্পিয়ন হিচাপে পৰিচিত। তেওঁ চাৰিবাৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰিছে (২০১৮, ২০১৮, ২০২০, ২০২৩) আৰু বৰ্তমান শীৰ্ষ মহিলা বিশ্ব চেম্পিয়ন।[2] তদুপৰি, তেওঁ বিশ্ব ব্লিৎজ চেম্পিয়ন আৰু দুবাৰ বিশ্ব ৰেপিড চেম্পিয়ন।

কৰ্মজীৱন

  • জুৱে ৭ বছৰ বয়সত দবা খেলিবলৈ আৰম্ভ কৰিছিল।[3]
  • ২০০৪: এছিয়ান মহিলা দবা চেম্পিয়নশ্বিপত তৃতীয় স্থান অধিকাৰ কৰাৰ ফলত ২০০৬ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত খেলাৰ সুযোগ লাভ কৰে।[4]
  • ২০১০ আৰু ২০১৪: চীন মহিলা দবা চেম্পিয়নশ্বিপত বিজয়ী হয়।[5]
  • ২০১১: হাংঝৌ মহিলা গ্ৰেণ্ডমাষ্টাৰ দবা টুৰ্ণামেণ্টত বিজয়ী হয়, তেতিয়াৰ মহিলা বিশ্ব চেম্পিয়ন হৌ ইফানক পৰাস্ত কৰি।[6]
  • ২০১৪: ফিদে মহিলা গ্ৰেণ্ড প্ৰিস্কত সফল হৈ GM নৰ্ম অৰ্জন কৰি GM উপাধি লাভ কৰে।[7][8][9]
  • ২০১৭: মহিলা বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ জয় কৰে।[10][11]
  • ২০১৮: মে' মাহত মহিলা বিশ্ব দবা চেম্পিয়নৰ খিতাপ লাভ কৰে আৰু নৱেম্বৰ মাহত সফলতাৰে তাক ৰক্ষা কৰে।[12]
  • ২০২০: মহিলা বিশ্ব চেম্পিয়নশ্বিপ ২০২০ ত আলেক্সান্দ্ৰা গৰ্যাচকিনাক পৰাস্ত কৰি মুকুট ৰক্ষা কৰে।
  • ২০২৩: মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত লেই টিংজিয়েক ৬½–৫½ স্ক’ৰত পৰাস্ত কৰি চতুৰ্থবাৰ মুকুট লাভ কৰে।
  • ২০২৪: টাটা ষ্টীল দবা টুৰ্ণামেণ্টত আলিৰেজা ফিৰৌজাক পৰাস্ত কৰি তেওঁ বিশেষভাৱে চৰ্চিত হয়।[13]
  • ২০২৪: মহিলা বিশ্ব ব্লিৎজ চেম্পিয়নশ্বিপত বিজয়ী হয়।[14]

দলীয় সফলতা

[সম্পাদনা কৰক]
  • ২০০৮-বৰ্তমান: চীন ৰাষ্ট্ৰীয় মহিলা দবা দলৰ হৈ খেলি আহিছে।
  • ২০১০: এছিয়ান গেমছত দলীয় সোণৰ পদক লাভ কৰে।
  • ২০১৬: ৪২ সংখ্যক দবা অলিম্পিয়াডত চীন মহিলা দলৰ হৈ সোণৰ পদক লাভ কৰে।
  • ২০১৮: অলিম্পিয়াডত পুনৰ সোণৰ পদক লাভ কৰে।
  • ২০০৯ আৰু ২০১১: মহিলা বিশ্ব দলীয় দবা চেম্পিয়নশ্বিপত বিজয়ী হয়।
  • ২০১২, ২০১৪, ২০১৬: মহিলা এছিয়ান নেচনছ দবা কাপত সোণৰ পদক লাভ কৰে।

চীন চেচ লীগ

[সম্পাদনা কৰক]

জু ৱেনজুনে চীন চেচ লীগ (CCL) ত সাংহাই ক্লাবৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰে।[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. WGM title application. FIDE.
  2. "FIDE adopts a new system for the Women's Candidates 2022-23". FIDE.
  3. "JU WENJUN" (en ভাষাত). Федерация шахмат России. https://ruchess.ru:443/en/persons_of_day/ju_wenjun/। আহৰণ কৰা হৈছে: 2023-05-01. 
  4. "TWIC 529: Asian Women's Championship". The Week in Chess. 2004-12-27.
  5. Ramirez, Alejandro (2014-03-29). "Yu Yangyi & Ju Wenjun Chinese Champs". ChessBase. http://en.chessbase.com/post/yu-yangyi-ju-wenjun-chinese-champs। আহৰণ কৰা হৈছে: 2016-12-16. 
  6. Liang, Ziming (2011-07-26). "1st Hangzhou WGM Tournament – Ju Wenjun wins, Harika becomes GM". ChessBase. http://en.chessbase.com/post/1st-hangzhou-wgm-tournament-ju-wenjun-wins-harika-becomes-gm। আহৰণ কৰা হৈছে: 26 October 2015. 
  7. "Title Applications – 4th quarter Presidential Board Meeting, 7–10 November 2014, Sochi, RUS". FIDE. Archived from the original on 2024-12-08. https://web.archive.org/web/20241208093153/http://ratings.fide.com/title_applications.phtml?details=1&id=8603006&title=GM&pb=41। আহৰণ কৰা হৈছে: 2016-12-16. 
  8. Niklesh Kumar Jain (2014-09-14). "Sharjah Grand Prix winner Ju Wenjun". ChessBase. http://en.chessbase.com/post/sharjah-grand-prix-winner-ju-wenjun। আহৰণ কৰা হৈছে: 2016-12-16. 
  9. "List of titles approved by the 4th quarter PB 2014" Archived 2014-11-26 at the Wayback Machine. FIDE.
  10. "Viswanathan Anand and Ju Wenjun are World Rapid Champions!". Chessdom. 2017-12-28. http://www.chessdom.com/viswanathan-anand-and-ju-wenjun-are-world-rapid-champions/। আহৰণ কৰা হৈছে: 2018-01-02. 
  11. ChessBase staff (28 December 2018). "FIDE World Rapid Champions: Dubov and Ju". ChessBase. https://en.chessbase.com/post/rapid-world-championship-2018-st-petersburg-live। আহৰণ কৰা হৈছে: 28 December 2018. 
  12. Houska, Jovanka (24 November 2018). "Ju Wenjun Beats Lagno In Playoff, Wins Women's World Chess Championship". Chess.com. https://www.chess.com/news/view/ju-wenjun-beats-lagno-in-playoff-wins-womens-world-chess-championship। আহৰণ কৰা হৈছে: 24 November 2018. 
  13. "Tata Steel Chess R5: Ju upsets Firouzja, Roebers stuns Niemann" (en ভাষাত). Chess News. 2024-01-19. https://en.chessbase.com/post/tata-steel-chess-2024-r5। আহৰণ কৰা হৈছে: 2024-01-19. 
  14. "Carlsen, Nepomniachtchi Agree To Share World Blitz Title, Ju Wins Women's". chess.com. https://www.chess.com/news/view/2024-fide-world-blitz-chess-championship-day-2। আহৰণ কৰা হৈছে: 1 January 2025. 
  15. "雅戈尔杯中国国际象棋甲级联赛官方网站". Archived from the original on 2011-10-28. https://web.archive.org/web/20111028194605/http://ccl.sports.cn/। আহৰণ কৰা হৈছে: 2011-10-28.