সমললৈ যাওক

জেজমিন চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেজমিন চৌধুৰী
স্থানীয় নাম জেজমিন চৌধুৰী
জন্ম ইয়াচমিন চৌধুৰী[1][2]
১৫ মে', ১৯৮৫ (৪১ বছৰ)[1][2]
চাটগাঁও, বাংলাদেশ[1][2]
ৰাষ্ট্ৰীয়তা আমেৰিকাৰ নাগৰিক[1][2]
অন্য নাম সুধা, জেজমিন, জেছমিন, জেজমিন চৌধুৰী, লুচি হাৰ্ট
পেচা পৰ্ণগ্ৰাফিক অভিনেত্ৰী[1][2]
সক্ৰিয় হৈ থকা সময় ২০০৪–২০০৮[3][4][5]
নিয়োগকৰ্তা Spiegler Girls (2004)
উল্লেখযোগ্য কৰ্ম Bangladesh Booty
Orgy World: The Next Level 7
Worship This Bitch 3: The Jazmin Edition
BiggZ and the Beauties 11
Bounce
উচ্চতা ৫ ফুট ৫ ইঞ্চি[3]
সন্তান ১ জন[4][5]
বঁটা, সন্মান, পুৰস্কাৰ আদি ২০০৫ চনত AVN পুৰস্কাৰ (শ্ৰেষ্ঠ দলীয় যৌন দৃশ্য, ভিডিঅ') Orgy World: The Next Level 7 (Jasmine নামেৰে)[6][7]

জেজমিন চৌধুৰী (প্ৰচলিত নামে জেজমিন) হৈছে বাংলাদেশত জন্মগ্ৰহণ কৰা এজনী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী।[1][2][4][5] ১৯৮৫ চনৰ ১৫ মে'ত চাটগাঁও, বাংলাদেশত জন্ম হোৱা জেজমিন পৰৱৰ্তী সময়ত আমেৰিকাত অভিবাসিত হৈছিল। ১৯ বছৰৰ বয়সত তেওঁ পৰ্নোগ্ৰাফিক অভিনয় জগতত প্ৰৱেশ কৰে।[1][2][4][5] ২০০৪ ৰ পৰা ২০০৮ লৈ, তেওঁ ৯০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰে আৰু Spiegler Girls[8]ৰ সৈতে কাম কৰে।[4][5] ২০০৫ চনত তেওঁ Orgy World: The Next Level 7 ছবিৰ বাবে শ্ৰেষ্ঠ গোট যৌন দৃশ্য, ভিডিঅ' শ্ৰেণীত AVN বঁটা লাভ কৰে।[6][7] Bangladesh Booty নামেৰে বাংলাদেশ কেন্দ্ৰিক প্ৰথম পৰ্নোগ্ৰাফিক চলচ্চিত্ৰত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[1][2][4][5] ২০০৮ চনত তেওঁ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত এই উদ্যোগৰ পৰা অৱসৰ গ্ৰহণ কৰে।[4][5]

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 (Bn ভাষাত)Jai Jai Din (Dhaka, Bangladesh). June 15, 2006.
  2. 1 2 3 4 5 6 7 8 (bn ভাষাত)Jugantor (Dhaka, Bangladesh). April 12, 2006.
  3. 1 2 সাঁচ:Iafd name
  4. 1 2 3 4 5 6 7 "আৰ্কাইভ কপি". Daily Fulki (Dhaka, Bangladesh). September 30, 2019. Archived from the original on June 12, 2020. https://web.archive.org/web/20200612045737/https://dailyfulki.com/2019/09/30/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%80-%E0%A6%9C%E0%A7%87%E0%A6%B8%E0%A6%AE%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%86%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B/.
  5. 1 2 3 4 5 6 7 Amader Kagoj (Dhaka, Bangladesh). September 30, 2019. http://web.amaderkagoj.com/1736445083.[সংযোগবিহীন উৎস]
  6. 1 2 "2005 AVN Awards Show Winners Announced". business.avn.com. January 8, 2005. Archived from the original on January 17, 2013. https://archive.today/20130117165703/http://business.avn.com/articles/video/2005-AVN-Awards-Show-Winners-Announced-41743.html আহৰণ কৰা হৈছে: April 24, 2016.
  7. 1 2 "Orgy World: The Next Level 7 (2004)". Internet Adult Film Database (IAFD). October 20, 2004. http://www.iafd.com/title.rme/title=orgy+world%3A+the+next+level+7/year=2004/orgy-world-the-next-level-7.htm আহৰণ কৰা হৈছে: April 25, 2016.
  8. Jazmin Archived 2004-06-29 at the Wayback Machine, Spiegler Girls