সদস্য:কৌস্তভ গোস্বামী/জৈৱ ইন্ধন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জৈৱ ইন্ধন (English :BIOFUEL) হৈছে নৱীকৰণ যোগ্য ইন্ধন বা শক্তিৰ উৎস । যিহেতু জীৱাশ্ম ইন্ধনৰ প্ৰয়োগে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ বৃদ্ধি কৰে গতিকে বিকল্পৰ অন্যতম উপায় হ'ল জৈৱ ইন্ধনৰ প্ৰয়োগ ।উদ্ভিদ,পশুৰ চৰ্বীৰ পৰা প্ৰস্তত কৰা ইথানল তথা বায়'ডিজেল হৈছে জৈৱ ইন্ধনৰ উদাহৰণ ।