সমললৈ যাওক

জোয়ান বায়েজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোয়ান বায়েজ

২০১৬ চনত বায়েজ
পৃষ্ঠভূমি
জন্ম নাম জোয়ান চান্দছ বায়েজ
জন্ম ৯ জানুৱাৰী, ১৯৪১ (৮৪ বছৰ)
নিউয়ৰ্ক্
সংগীতৰ ধৰণ
পেচা
  • গায়িকা
  • গীতিকাৰ
  • সুৰকাৰ
  • সংগ্ৰামী
বাদ্যযন্ত্ৰ
  • কণ্ঠ
  • গীটাৰ
সক্ৰিয়তাৰ বছৰ ১৯৫৮–বৰ্তমান
লেবেল
জীৱন-সঙ্গী David Harris (বি. ১৯৬৮; divorce ১৯৭৩)
ৱেবছাইট www.joanbaez.com ৱিকিডে'টাত সম্পাদনা কৰক

জোয়ান বায়েজ/barz/ BYSE, [1]Spanish: ['baes]; born January 9, 1941)[2][3] Spanish: [ˈbaes]; born January 9, 1941)[4]এগৰাকী আমেৰিকা মূলৰ গায়িকা, গীতিকাৰ, সুৰকাৰ আৰু সংগ্ৰামী কর্মী।[5] তেওঁৰ সমসাময়িক লোকসংগীতত প্রায়ে প্রতিবাদ আৰু সামাজিক ন্যায়ৰ গীত প্ৰতিফলিত হৈ আহিছে।(5)৬০ বছৰতকৈও অধিক কাল ধৰি সংগীতৰ ক্ষেত্ৰৰ লগত জড়িত বায়েজে ৩০টাতকৈও অধিক এলবাম মুকলি কৰিছে।

বায়েজ সাধাৰণতে লোকগায়িকা হিচাপে বহুলভাৱে পৰিচিত যদিও ১৯৬০ চনৰ প্ৰতিসংস্কৃতি যুগৰ পৰাই তেওঁৰ সংগীতৰ বৈচিত্ৰ্যতা বৃদ্ধি পাইছে আৰু ইয়াত ফক ৰ'ক, পপ, কান্ট্ৰী, গছপেল সংগীতৰ দৰে ধাৰাসমূহ সামৰি লোৱা হৈছে। ১৯৬০ চনত ৰেকৰ্ডিংৰ যাত্ৰা আৰম্ভ কৰি তেওঁ তাৎক্ষণিক সফলতা লাভ কৰে। তেওঁৰ প্ৰথম তিনিটা এলবাম জোয়ান বায়েজ, জোয়ান বায়েজ দ্বিতীয় আৰু জোয়ান বায়েজ কনচাৰ্টত প্ৰতিটোৱে অভিলেখ সংখ্যক শ্ৰোতাৰ সহাঁৰি লাভ কৰে।[6]তেওঁ যদিও নিজেই এগৰাকী গীতিকাৰ, বায়েজে সাধাৰণতে আনৰ কামৰ ব্যাখ্যা কৰে,[7]তেওঁ অলমেন ব্রাদাৰ্ছ বেণ্ড, বিটলছ, জেকচন ব্ৰাউন, লিঅ'নাৰ্ড কোহেন, উডি গুথ্ৰি, ভায়োলেটা পাৰা, ৰলিং ষ্টোনছ, পিট ছিগাৰ, পল চাইমন, ষ্টেভি ৱাণ্ডাৰ, বব মাৰ্লি আদি ব্যক্তিৰ দ্বাৰা ৰচনা কৰা বহুতো পৰম্পৰাগত গীত ৰেকৰ্ডিং কৰে। ১৯৬০ চনৰ আৰম্ভণিতে বব ডিলানৰ গীত ৰেকৰ্ডিং কৰা শিল্পীসকলৰ ভিতৰত বায়েজ আছিল অন্যতম। ইতিমধ্যে বায়েজ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত শিল্পী আছিল আৰু তেওঁৰ প্ৰাৰম্ভিকভাৱে গীত ৰচনাৰ প্ৰচেষ্টাক জনপ্ৰিয় কৰাৰ বাবে বহুখিনি কাম কৰিছিল।[8][9]বব ডিলানৰ সৈতে তেওঁৰ উত্তাল সম্পৰ্ক পিছলৈ দুয়োৰে গীতৰ বিষয় হৈ পৰে আৰু ইয়াৰ ফলত বহু ৰাজহুৱা জল্পনা-কল্পনাৰ সৃষ্টি হয়।[10]তাৰ পিছৰ এলবামসমূহত তেওঁ ৰিয়ান এডামছ, জোছ ৰিটাৰ, ষ্টিভ আৰ্ল, নাটালি মাৰ্চেণ্ট আৰু জো হেনৰীকে ধৰি শেহতীয়া গীতিকাৰসকলৰ কামৰ ব্যাখ্যা কৰি সফলতা লাভ কৰিছে।

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

অধিক চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Baez, Joan (2009), And A Voice to Sing With: A Memoir, প্ৰকাশক New York City: Simon & Schuster, p. 61, "I gave Time a long-winded explanation of the pronunciation of my name which came out wrong, was printed wrong in Time magazine, and has been pronounced wrong ever since. It's not "Buy-ezz"; it's more like "Bize," but never mind." 
  2. Baez, Joan (2009), And A Voice to Sing With: A Memoir, প্ৰকাশক New York City: Simon & Schuster, p. 61, "I gave Time a long-winded explanation of the pronunciation of my name which came out wrong, was printed wrong in Time magazine, and has been pronounced wrong ever since. It's not "Buy-ezz"; it's more like "Bize," but never mind." 
  3. Wells, J. C. (2000). "Baez 'baɪez; baɪ'ez —but the singer Joan Baez prefers baɪz". Longman Pronunciation Dictionary. Harlow, England: Pearson Education Ltd. 
  4. "UPI Almanac for Thursday, Jan. 9, 2020". United Press International. January 9, 2020. https://www.upi.com/Top_News/2020/01/09/UPI-Almanac-for-Thursday-Jan-9-2020/6871578415895/. "…singer Joan Baez in 1941 (age 79)" 
  5. "Joan Baez: Nonviolence, Folk Music, and Spirituality". Every Church A Peace Church. February 23, 2003. http://www.ecapc.org/articles/WestmoW_2003.02.23.asp। আহৰণ কৰা হৈছে: February 22, 2025. 
  6. "Joan Baez – Biography". AllMusic. https://www.allmusic.com/artist/joan-baez-mn0000069153/biography। আহৰণ কৰা হৈছে: February 22, 2025. 
  7. "Joan Baez: Playing For 'Tomorrow'". NPR. September 7, 2008. https://www.npr.org/templates/story/story.php?storyId=94315624। আহৰণ কৰা হৈছে: February 22, 2025. 
  8. "Joan Baez gets her apology". Toronto Star. September 21, 2009. https://www.thestar.com/entertainment/movies/2009/09/21/joan_baez_gets_her_apology.html। আহৰণ কৰা হৈছে: February 22, 2025. 
  9. "The Guide to United States Popular Culture". Popular PressGoogle Books. 2001. https://books.google.com/books?id=U3rJxPYT32MC&q=baez+record+popularize+dylan&pg=PA56। আহৰণ কৰা হৈছে: February 22, 2025. 
  10. "The song Joan Baez wrote about her breakup with Bob Dylan". Far Out Magazine. January 5, 2022. https://faroutmagazine.co.uk/the-masterpiece-that-joan-baez-wrote-about-her-breakup-with-bob-dylan/। আহৰণ কৰা হৈছে: February 22, 2025. 
  11. "Joan Baez Filmography". Rotten Tomatoes. https://www.rottentomatoes.com/celebrity/joan_baez। আহৰণ কৰা হৈছে: August 18, 2019. 
  12. "Joan Baez Filmography". IMDb. https://www.imdb.com/name/nm0001926/। আহৰণ কৰা হৈছে: August 18, 2019. 
  13. "Joan Baez". Discogs. https://www.discogs.com/artist/261867-Joan-Baez?filter_anv=0&subtype=Videos&type=Appearances। আহৰণ কৰা হৈছে: August 18, 2019. 
  14. Nankervis, Brian (July 30, 2020). "Joan Baez's music continues to cut through at another time of upheaval". ABC News. https://www.abc.net.au/news/2020-07-31/brian-nankervis-on-joan-baez-music/12506188। আহৰণ কৰা হৈছে: February 6, 2024. 
  15. Johnson, G. Allen (October 4, 2020). "The stars — celebrity and celestial — come out for the 43rd Mill Valley Film Festival". Datebook. https://datebook.sfchronicle.com/movies-tv/the-stars-celebrity-and-celestial-come-out-for-the-43rd-mill-valley-film-festival। আহৰণ কৰা হৈছে: February 6, 2024.