সমললৈ যাওক

জো ওকেই-অডুমাকিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জোচেফিন অবিয়াজুলু অকেই-অডুমাকিন (ইংৰাজী: Joe Okei-Odumakin; জন্ম: ৪ জুলাই ১৯৬৬) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী। তেওঁ মানৱ অধিকাৰ সংগঠন, ৱমেন এৰাইজ ফৰ চেঞ্জ ইনিচিয়েটিভ আৰু কেম্পেইন ফৰ ডেম’ক্ৰেচিৰ সভানেত্ৰী।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নাইজেৰিয়াৰ কাডুনাৰ জাৰিয়াত জন্মগ্ৰহণ কৰা অডুমাকিনে ৰোমান কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।[2]

১৯৮৭ চনত ইংৰাজী শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইল’ৰিন বিশ্ববিদ্যালয়ৰ পৰা গাইডেন্স এণ্ড কাউন্সেলিংত স্নাতকোত্তৰ আৰু ইতিহাস আৰু শিক্ষা নীতিত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

সক্ৰিয়তা আৰু গ্ৰেপ্তাৰ

[সম্পাদনা কৰক]

ইব্ৰাহিম বাবাংগিদাৰ সামৰিক শাসনৰ সময়ত ১৭ বাৰ আটক হৈ থকা তেখেতক সঘনাই তেওঁৰ সক্ৰিয়তাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে৷[3]

এগৰাকী মহিলাৰ অধিকাৰ অৱজ্ঞা কৰা ২০০০ৰো অধিক গোচৰৰ সৈতে তেওঁ জড়িত হৈ আছিল৷ গোচৰসমূহৰ ভিতৰত আছিল মহিলা বা তেওঁলোকৰ স্বামীক আৰক্ষীৰ দ্বাৰা ন্যায় বহিৰ্ভূতভাৱে হত্যা কৰাৰ ঘটনা। তেওঁলোকৰ সন্তানৰ অধিকাৰকো নাইজেৰিয়াৰ স্কুল বা আনকি চিকিৎসালয় কৰ্তৃপক্ষই আওকাণ কৰিছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "About Dr. Joe Okei-Odumakin". womenarise.org.ng. https://womenarise.org.ng/about-dr-joe-okei-odumakin/। আহৰণ কৰা হৈছে: 27 August 2024. 
  2. Dapo Akinrefon; Charles Kumolo (April 13, 2013). "17 times in detention, Joe Okei-Odumakin opens up: I met my husband in prison". Vanguard. http://www.vanguardngr.com/2013/04/17-times-in-detention-joe-okei-odumakin-opens-up-i-met-my-husband-in-prison/. 
  3. Dapo Akinrefon & Charles Kumolu. "17 times in detention, Joe Okei-Odumakin opens up: I met my husband in prison". Vanguard. http://www.vanguardngr.com/2013/04/17-times-in-detention-joe-okei-odumakin-opens-up-i-met-my-husband-in-prison/। আহৰণ কৰা হৈছে: 16 July 2016. 
  4. Woman of Courage Award, 11 March 2013, Retrieved 3 February 2016