সমললৈ যাওক

জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়, বাক্সা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়
স্থাপিত ১৯৯৩
ধৰণ স্নাতক
ধৰ্মীয় ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
অধ্যক্ষ চন্দ্ৰ ঘিমিৰে
স্থান নিকাচি, বাক্সা জিলা, অসম, ভাৰতবৰ্ষ
ৱেবছাইট gyanpeethdegreecollege.org

জ্ঞানপীঠ স্নাতক মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ নিকাচিত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৯৩ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।[1]

বিভাগসমূহ

[সম্পাদনা কৰক]

[2]

  • অসমীয়া
  • বডো
  • ইংৰাজী
  • শিক্ষা
  • অৰ্থনীতি
  • ভূগোল
  • ৰাজনীতি বিজ্ঞান
  • দৰ্শন
  • নেপালী

বাণিজ্য

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php আহৰণ কৰা হৈছে: 2 September 2017.
  2. "Courses". Gyanpeeth Degree College. Archived from the original on 2 September 2017. https://web.archive.org/web/20170902231251/http://gyanpeethdegreecollege.org.in/courses.asp আহৰণ কৰা হৈছে: 2 September 2017.