জ্যেক কাৰ্টিয়ে
অৱয়ব

জ্যেক কাৰ্টিয়ে (৩১ ডিচেম্বৰ ১৪৯১ – ১ ছেপ্টেম্বৰ ১৫৫৭) আছিল ব্ৰিটানিৰ এগৰাকী ফৰাচী সামুদ্ৰিক অভিযাত্ৰী। কাৰ্টিয়ে আছিল প্ৰথম ইউৰোপীয় যিয়ে চেণ্ট লৰেন্স উপসাগৰ আৰু চেণ্ট লৰেন্স নদীৰ পাৰৰ বৰ্ণনা আৰু মানচিত্ৰ নিৰ্মাণ কৰিছিল,[1] যাক তেওঁ ষ্টেডাকোনা (ক্যুবেক চহৰ) আৰু হোচেলাগা (মণ্ট্ৰিয়েল দ্বীপ)ত দেখা দুটা ডাঙৰ বসতিৰ ইৰ'ক'ইয়ান নামৰ নামেৰে "কানাডাৰ দেশ" নাম দিছিল।[2][3][4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ His maps are lost but referenced in a letter by his nephew Jacques Noël, dated 1587 and printed by Richard Hakluyt with the Relation of Cartier's third voyage, in The Principall Navigations [...], London, G. Bishop, 1600.
- ↑ Trudel, Marcel. "Cartier, Jacques". The Canadian Encyclopedia. Retrieved August 5, 2019.সাঁচ:Tertiary source
- ↑ জ্যেক কাৰ্টিয়ে সম্পৰ্কে লিখা তথ্য এনচাইক্লপেডিয়া ব্ৰিটেনিকাত পঢ়ক.সাঁচ:Tertiary source
- ↑ "Exploration – Jacques Cartier". The Historica Dominion Institute. http://www.histori.ca/minutes/minute.do?id=10123। আহৰণ কৰা হৈছে: November 9, 2009.
- ↑ "Jacques Cartier". The Catholic Encyclopedia. Retrieved November 9, 2009.সাঁচ:Tertiary source