জ্যোতি একনাথ গাইকৱাদ
জ্যোতি একনাথ গাইকৱাদ | |
|---|---|
| Member of the Maharashtra Legislative Assembly | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ 2024 | |
| পূৰ্বসূৰী | Varsha Gaikwad |
| সমষ্টি | Dharavi |
| ব্যক্তিগত তথ্য | |
| ৰাজনৈতিক দল | Indian National Congress |
| জীৱিকা | Politician |
জ্যোতি একনাথ গাইকৱাদ ইংৰাজী: : Jyoti Eknath Gaikwad ;মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২৪ চনৰ পৰা মহাৰাষ্ট্ৰ বিধানসভাৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ধৰৱী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।[1][2][3][4][5]
জ্যোতি একনাথ গাইকৱাডে ২০২৪ চনৰ বিধান সভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ধৰৱী বিধান সভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে ১৫ নং মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হয় । ইয়াৰ পূৰ্বে জ্যোতি গাইকৱাদৰ ভগ্নী তথা বৰ্ত্তমানৰ সাংসদ বৰ্ষা গাইকৱাদ ধৰৱী বিধানসভা সমষ্টিৰ পৰা একেৰাহে চাৰিটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বৰ্ষা গাইকৱাদ মুম্বাই উত্তৰ সমষ্টিৰ সাংসদ হয়।[6]
জ্যোতি গাইকৱাদ আম্বেদকাৰিত বৌদ্ধ সম্প্ৰদায়ৰ অন্তৰ্গত।[6] তেওঁৰ পিতৃ একনাথ গাইকৱাদ তিনিবাৰৰ সাংসদও আছিল। ১৫ নং মহাৰাষ্ট্ৰ বিধানসভাৰ একমাত্ৰ বৌদ্ধ মহিলা বিধায়িকা। ইয়াৰ উপৰিও মহা বিকাশ আঘাদীৰ একমাত্ৰ মহিলা বিধায়িকাও। ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত জ্যোতি গাইকৱাদে ৭০,৭২৭ টা ভোট লাভ কৰাৰ লগতে শিন্দে ফৈদৰ শিৱসেনাৰ প্ৰাৰ্থী ৰাজেশ শিৱদাস খান্দৰেক ২৩,৪৫৯ টা ভোটত পৰাস্ত কৰে।
লগতে চাওক
[সম্পাদনা কৰক]- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ তালিকা
- মহাৰাষ্ট্ৰ বিধানসভা
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dharavi, Maharashtra Assembly Election Results 2024 Highlights: INC's Jyoti Gaikwad with 70727 defeats SHS's Rajesh Khandare" (en ভাষাত). India Today. 2024-11-23. https://www.indiatoday.in/elections/assembly/story/dharavi-maharashtra-assembly-election-results-2024-live-updates-maelb-2638287-2024-11-23। আহৰণ কৰা হৈছে: 2024-11-23.
- ↑ Chitnis, Purva (2024-11-23). "Congress's Jyoti Gaikwad wins by 23,459 votes in Dharavi amid land grab charges against Adani, Mahayuti" (en-US ভাষাত). ThePrint. https://theprint.in/elections/congresss-jyoti-gaikwad-takes-a-23459-vote-lead-in-dharavi-amid-land-grab-charges-against-adani-mahayuti/2370423/। আহৰণ কৰা হৈছে: 2024-11-23.
- ↑ "Maharashtra assembly to have 78 first-time MLAs" (en-IN ভাষাত). The Hindu. 29 November 2024. Archived from the original on 29 November 2024. https://web.archive.org/web/20241129133813/https://www.thehindu.com/elections/maharashtra-assembly/maharashtra-assembly-to-have-78-first-time-mlas/article68926011.ece। আহৰণ কৰা হৈছে: 29 November 2024.
- ↑ "Dharavi election results 2024: Congress' Jyoti Gaikwad wins seat with 23,459 margin" (en ভাষাত). CNBCTV18. 23 November 2024. https://www.cnbctv18.com/india/politics/dharavi-assembly-election-2024-congress-jyoti-gaikwad-against-shiv-sena-rajesh-khandare-19513555.htm.
- ↑ "Maharastra Assembly Election Results 2024 - Dharavi" (en ভাষাত). Election Commission of India. 23 November 2024. https://results.eci.gov.in/ResultAcGenNov2024/candidateswise-S13178.htm.
- ↑ 6.0 6.1 Hiwale, Sandesh (2024-11-24). "महाराष्ट्रातील विद्यमान 10 बौद्ध आमदार (2024-29) - धम्म भारत" (en-GB ভাষাত). धम्म भारत. https://dhammabharat.com/buddhist-mlas-from-maharashtra-2024/.