জৱান সিংহ
অৱয়ব
| জৱান সিংহ | |
|---|---|
| হাতীৰ ওপৰত মহাৰাণা জৱান সিংহ | |
উদয়পুৰৰ মহাৰাণা
| |
| ৰাজত্ব | ১৮২৮-৩৮ |
| পূৰ্বসূৰী | ভীম সিংহ |
| উত্তৰাধিকাৰী | চৰ্দাৰ সিংহ |
| দাম্পত্য সঙ্গী | মেৱাৰৰ মোহিৰ ভাটিয়ানীজী সুৰজ কানৱাৰজী
বাঘেলখণ্ড, ৰেৱাৰ বাঘেলজী সুভদ্ৰা কানৱাৰজী বাঘেলখণ্ড, ৰেৱাৰ বাঘেলজী সহোদৰা কানৱাৰজী বাঘেলখণ্ড, ৰেৱাৰ বাঘেলজী আছৰাজ কানৱাৰজী কোটাৰ ইন্দ্ৰগড়ৰ হাদিজী ৰতন কানৱাৰজী চিৰোহীৰ দেৱদজী উমেইদ কানৱাৰজী |
| সন্তান | |
| নাই | |
| বাসগৃহ | ৰাণাৱাত ছিছোদিয়া |
| মাতৃ | গুজৰাটৰ বৰচোডাৰ ৰাওল জগতসিংহজীৰ কন্যা চাউদিজী গুলাব কানৱৰজী |
| পিতৃ | ভীম সিংহ |
মহাৰাণা জৱান সিংহ (২ জুলাই ১৮০০ – ৩০ আগষ্ট ১৮৩৮) উদয়পুৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক (ৰাজত্ব: ১৮২৮–১৮৩৮) আছিল। মহাৰাণা ভীম সিংহৰ একমাত্ৰ পুত্ৰ যিয়ে পিতৃৰ পিছত তেওঁ ৰাণা হৈছিল। তেওঁ কবি আছিল আৰু "ব্ৰিজৰাজ" ছদ্ম নামেৰেও জনাজাত আছিল। তেওঁৰ তৃতীয়জন ভতিজাক কুঁৱৰ চৰ্দাৰ সিংহক তেওঁৰ পৰৱৰ্তী মহাৰাণা হিচাপে দত্তক লয়, যি বাগুৰৰ দ্বিতীয় সংগ্ৰাম সিংহৰ দ্বিতীয় পুত্ৰ কুঁৱৰ নাথৰ পুত্ৰ অৰ্থাৎ সংগ্ৰাম সিংহৰ নাতি আছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Bagore (Thikana)". http://members.iinet.net.au/~royalty/ips/b/bagore.html। আহৰণ কৰা হৈছে: 15 September 2019.