সমললৈ যাওক

ঝুমৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঝুমৰা হৈছে হিন্দুস্তানী সংগীতৰ এটা তাল। ঝুমৰা তালত ১৪টা বিট থাকে।[1][2][3] ঝুমৰা প্ৰায়ে বিলম্বিত বা অতি-বিলম্বিত (ধীৰ গতিৰ) খেয়ালত ব্যৱহৃত হয়।[4]

বিন্যাস

[সম্পাদনা কৰক]

ঝুমৰা তালক এনেদৰে গণনা কৰিব পাৰি:

  • হাততালি, ২, ৩, হাততালি, ২, ৩, ৪, হাত জোকাৰ, ২, ৩, হাততালি, ২, ৩, ৪

বা এনেদৰে গণনা কৰিব পাৰি:

  • হাততালি, ২, ৩, হাততালি, ৫, ৬, ৭, হাত জোকাৰ, ৯, ১০, হাততালি, ১২, ১৩, ১৪

ঝুমৰাৰ বিন্যাস নিম্নলিখিত:[1]

ধিন | -ধা | তিৰিকাটা ধিন | ধিন | ধা গে | তিৰিকাটা তিন | -তা | তিৰিকাটা ধিন | ধিন | ধা গে | তিৰিকাটা

ঝুমৰাৰ ঠেকা এনেদৰে বিন্যাস কৰিব পাৰি:

মাত্ৰা ১০ ১১ ১২ ১৩ ১৪
বোল ধিন -ধা তিৰিকাটা ধিন ধিন ধা গে তিৰিকাটা তিন -তা তিৰিকাটা ধিন ধিন ধা গে তিৰিকাটা
হাততালি/হাত জোকাৰ হাততালি হাততালি হাত জোকাৰ হাততালি

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

- Jhoomra Tala, chandrakantha.com, accessed 2 July 2012. - Courtney, David, Learning the Tabla, Mel Bay Publications, 24 September 2009, ISBN 978-0-7866-7367-4, pages 53–. - Dhar, Sheila, Raga'n Josh: Stories from a Musical Life, Orient Blackswan, 1 July 2005, ISBN 978-81-7824-117-3, pages 231–. - Ranade, Ashok D., Hindustani Music: An Outline of Its Structure and Development, National Book Trust, 1990, ISBN 978-81-237-0208-7, pages 94–96.

  1. 1.0 1.1 "Jhoomra Tala". Archived from the original on 4 May 2012. https://web.archive.org/web/20120504081922/http://www.chandrakantha.com/tala_taal/jhoomra/jhumra.html। আহৰণ কৰা হৈছে: 2 July 2012. 
  2. Courtney, David (24 September 2009). Learning the Tabla. Mel Bay Publications. পৃষ্ঠা. 53–. ISBN 978-0-7866-7367-4. https://books.google.com/books?id=uTaBQ3KsjgUC&pg=PA53। আহৰণ কৰা হৈছে: 3 July 2012. 
  3. Dhar, Sheila (1 July 2005). Raga'n Josh: Stories from a Musical Life. Orient Blackswan. পৃষ্ঠা. 231–. ISBN 978-81-7824-117-3. https://books.google.com/books?id=n3CJsjfGOWIC&pg=PA231। আহৰণ কৰা হৈছে: 3 July 2012. 
  4. Ranade, Ashok D. (1990). Hindustani Music: An Outline of Its Structure and Development. National Book Trust. পৃষ্ঠা. 94–96. ISBN 978-81-237-0208-7.