সমললৈ যাওক

টাই দন জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বগা টাই (ইংৰাজীঃ White Tai) , টাই-খাও বা টাই-ডন হৈছে চীন, লাওছ আৰু ভিয়েটনামৰ এটা টাই জনগোষ্ঠী। ভিয়েটনামত তেওঁলোকক টাই দন বুলি কোৱা হয় আৰু অইন টাই জনগোষ্ঠীৰ গোটত অন্তৰ্ভুক্ত কৰা হয়। ভিয়েটনাম চৰকাৰৰ দ্বাৰা স্বীকৃত ৫৪টা জনগোষ্ঠীৰ ভিতৰত টাই জাতি হৈছে তৃতীয় বৃহত্তম জাতি। তেওঁলোকে চীনৰ য়ুন্নান পৰা ভিয়েটনাম আৰু লাওছলৈ প্ৰব্ৰজন কৰিছিল।