সমললৈ যাওক

টিংখং বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টিংখং (বিধানসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)
টিংখং
সমষ্টি নং- ১১৯ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাডিব্ৰুগড়
লোকসভা সমষ্টিডিব্ৰুগড়
প্ৰতিস্থা১৯৬৭ (৫৯ বছৰ আগত) (1967)
সংৰক্ষণনাই

টিংখং বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১১৯ হৈছে টিংখং বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] টিংখং ডিব্ৰুগড় জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, খোৱাং, দুলিয়াজান, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু মাৰ্ঘেৰিটা

বিধান সভাৰ সদস্য

[সম্পাদনা কৰক]
বৰ্ষ নাম দল
১৯৬৭ বি. গগৈ সংযুক্ত সমাজবাদী দল
১৯৭২ ৰাজেন্দ্ৰ নাথ ফুকন ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ ভদ্ৰেশ্বৰ গগৈ জনতা দল
১৯৮৫ অতুল চন্দ্ৰ কোচ নিৰ্দলীয়
১৯৯১ পৃথিৱী মাঝি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ এটোৱা মুণ্ডা
২০০১
২০০৬ অনুপ ফুকন অগপ
২০১১ এটোৱা মুণ্ডা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬ বিমল বৰা[3] বিজেপি
২০২১

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]