টি এন সীমা
টি এন সীমা (ഡോ . ടി .എൻ സീമ) | |
---|---|
![]() | |
ৰাজ্যসভাৰ সাংসদ, কেৰেলা | |
কাৰ্যকাল ৩ এপ্ৰিল ২০১০ – ২ এপ্ৰিল ২০১৬ | |
ব্যক্তিগত তথ্য | |
জন্ম | ০১ জুন, ১৯৬৩ (৬১ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতৰ কমিউনিষ্ট পাৰ্টি |
দাম্পত্যসঙ্গী | শ্ৰী জি জয়াৰাজ |
জীৱিকা | সমাজকৰ্মী, ৰাজনীতিক, শিক্ষক |
ৱেবছাইট | tnseema.in |
টি এন সীমা (ইংৰাজী: T. N. Seema) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ৷ তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ আছিল।[1][2]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৬৩ চনৰ ১ জুনত ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিছুৰত সীমাৰ জন্ম হৈছিল।
১৯৮৬ চনৰ ২৩ ডিচেম্বৰত তেওঁ জি জয়ৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিজন বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া চি-ডি আই টিৰ সঞ্চালক।[3] তেওঁলোকৰ এগৰাকী কন্যা আছে।[1]
টি এন সীমা কেৰেলা ৰাজ্যিক সভাপতি আৰু AIDWA-ৰ ৰাষ্ট্ৰীয় উপ-সভাপতি৷ তেওঁ কেৰালাত চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সদস্য।
কৰ্মজীৱন
[সম্পাদনা কৰক]কেৰালাৰ কুডুম্বশ্ৰী দৰিদ্ৰতা নিৰাময় অভিযানৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে মহিলাৰ মাহেকীয়া "শ্ৰীসবদম"ৰ সম্পাদিকা।.[1]
তেওঁ হৰিথা কেৰালাম মিছনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০২০ চনত তিৰুৱনন্তপুৰমত চিপিএমৰ মেয়ৰ প্ৰাৰ্থী হিচাপে নিযুক্তি লাভ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "WebPage of Dr. T.N. Seema Member Of Parliament (RAJYA SABHA)". http://164.100.47.5/newmembers/Website/Main.aspx। আহৰণ কৰা হৈছে: 22 March 2014.
- ↑ Nagarajan, Saraswathy (3 July 2010). "Catalyst of change" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/features/metroplus/Catalyst-of-change/article16183645.ece.
- ↑ "TN Seema's husband appointed C-DIT director". The New Indian Express. https://www.newindianexpress.com/states/kerala/2020/jan/25/t-n-seemas-husband-appointed-c-dit-director-2094173.html.
- ↑ "T N Seema to become CPM's mayor candidate in Thiruvananthapuram, BJP plans counter moves" (en ভাষাত). Keralakaumudi Daily. https://keralakaumudi.com/en/news/news.php?id=419994&u=t-n-seema-to-become-cpms-mayor-candidate-in-thiruvananthapuram-bjp-plans-counter-moves.