সমললৈ যাওক

টি পি ৰাজলক্ষ্মী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৩৮ চনৰ জানুৱাৰীত টি পি ৰাজলক্ষ্মী

তিৰুভায়ৰু পঞ্চপাকেছা ৰাজলক্ষ্মী (ইংৰাজী: Thiruvaiyaru Panchapakesa Rajalakshmi ; ১১ নৱেম্বৰ ১৯১১[1] – ১৯৬৪[2]) এগৰাকী ভাৰতীয় অভিনেত্ৰী, দক্ষিণ ভাৰতৰ প্ৰথম মহিলা পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, গায়িকা, প্ৰযোজক আৰু সমাজ সংস্কাৰক, যাক মৰমত "চিনেমা ৰাণী টি.পি.আৰ" নামেৰে সম্বোধন কৰা হয়। তেওঁ প্ৰথম তামিল আৰু তেলেগু চলচ্চিত্ৰৰ নায়িকা, প্ৰথম দক্ষিণ ভাৰতীয় মহিলা পৰিচালক, চিত্ৰনাট্য লেখিকা, গায়িকা, সংগীত পৰিচালক আৰু প্ৰযোজক। তেওঁ দ্ৰাবিড় আন্দোলনৰ সমৰ্থক আছিল আৰু দ্ৰাবিড় নেতাসকলৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছিল।

তেওঁৰ কৃতি মিছ কমলা আছিল এখন বৈপ্লৱিক ছবি, যিয়ে সমাজলৈ নাৰী সমতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। এগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালকৰ পৰিচালনাত এইখনেই আছিল প্ৰথমখন তামিল পূৰ্ণদৈৰ্ঘ্য ছবি। এই ছবিখনে ৰাজলক্ষ্মীক দক্ষিণ ভাৰতৰ প্ৰথমগৰাকী আৰু সমগ্ৰ ভাৰতৰ দ্বিতীয় গৰাকী মহিলা পৰিচালক স্থান দিছিল। ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনাৰ উপৰিও ছবিখনৰ ৰচনা, সংগীত আৰু সম্পাদনা তেওঁৰে আছিল।

ৰাজলক্ষ্মী দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ প্ৰথম নায়িকা আছিল, যাক লৈ তেওঁৰ প্ৰশংসকসকলে ৰচিগৰ মনৰাম নামেৰ অনুৰাগী সংঘ গঠন কৰিছিল।[3]

১৯৬৪ চনত ৰাজালক্ষ্মীক কলাইমামণি বঁটা প্ৰদান কৰা হয়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. TOI:Destiny's child Rajalakshmi acted to keep her family afloat
  2. "T. P. Rajalakshmi". geni.com. https://www.geni.com/people/T-P-RAJALAKSHMI/6000000022750253184। আহৰণ কৰা হৈছে: 13 February 2018. 
  3. (en ভাষাত) சுயமரியாதையை விடாமல் உறுதியாக இருந்த ராஜலக்ஷ்மி | கருப்பு வெள்ளை | MGR -T P Rajalakshmi, 24 March 2019, https://www.youtube.com/watch?v=83bfGAbTsfg, আহৰণ কৰা হৈছে: 2022-10-08 
  4. "T.P.Rajalakshmi – 'கலைமாமணி' விருது வழங்கப்பட்டபோது எடுத்த புகைப்படம். உடன் Dr.MGR, கலைவாணர் NSK, டைரக்டர் H.M.ரெட்டி, டைரக்டர் K.சுப்பிரமணியம். மேடையில் கலைமாமணி வாழ்த்து மடலை வாசித்தவர்கள்- திரு.சிவாஜி கனேசன், திரு.ஜெமினி கனேசன், திருமிகு பத்மினி. இந்நிகழ்ச்சியில் மேலும் திரையுலகத்தினர் பலர் கலந்து கொண்டு சிறப்பித்தார்கள். Picture from the ceremony of Kalaimaamani award. With Dr.MGR, Kalaivanar NSK, Dir H.M.Reddy, Dir K.Subramaniam. Felicitation speeches were given by Thiru.Sivaji Ganesan, Thiru.Gemini Ganesan, Thirumigu.Padmini in presence of many other film artists. #tamilcinema #tprajalakshmi #Kalaimamani #cinemarani #TPR #firstwomansuperstar Actor Sivakumar #NadigarSangam Vishal Karthi South Indian Artistes Association – Nadigar Sangam | Facebook" (en ভাষাত). https://www.facebook.com/tprajalakshmi/photos/a.1817280965065985/5163136127147102/। আহৰণ কৰা হৈছে: 2022-10-08. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]