সমললৈ যাওক

টীয়ক (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টীয়ক
সমষ্টি নং- ৯৯ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাযোৰহাট
লোকসভা সমষ্টিযোৰহাট
প্ৰতিস্থা১৯৫২
সংৰক্ষণনাই
নিৰ্বাচিত বছৰ১৯৫২

টীয়ক বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৯ হৈছে টীয়ক বিধানসভা সমষ্টিৰ ক্ৰমাংক। টীয়ক যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাযোৰহাট, তিতাবৰ, মৰিয়নি, মাজুলী জিলাৰ মাজুলী আৰু শিৱসাগৰ জিলাৰ সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা।[উদ্ধৃতিৰ প্ৰয়োজন]

বিধায়কসকল

[সম্পাদনা কৰক]
নিৰ্বাচন নাম দল
১৯৫২ হৰিনাৰায়ণ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭
১৯৬২ তিলক গগৈ
১৯৬৭
১৯৭২ দুলাল চন্দ্ৰ খাউণ্ড ভাৰতীয় কমিউনিষ্ট পাৰ্টি
১৯৭৮ দেৱানন্দ বৰা জনতা পাৰ্টি
১৯৮৩ তিলক গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ ললিত চন্দ্ৰ ৰাজখোৱা স্বাধীন
১৯৯১ ৰেণুপমা ৰাজখোৱা অসম গণ পৰিষদ
১৯৯৬
২০০১ মেম্বৰ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬ ৰেণুপমা ৰাজখোৱা অসম গণ পৰিষদ
২০২১

তথ্য উৎস

[সম্পাদনা কৰক]