সমললৈ যাওক

টেইলৰ ৱেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টেইলৰ ৱেন

২০০৮ চনত ৱেন
জন্ম ১৯৬৮ আগষ্ট, ২৭[1]
গেটশ্বেড, টাইন এণ্ড ৱেৰ, সংযুক্ত ৰাষ্ট্ৰ[1]
অন্য নাম Taylor Wayne, Joanna, Joanna G, Fayrin Heitz, Farran Heights[1]
বংশদ্ভূত ইংৰাজ
উচ্চতা ৫ ফুট ২ ইঞ্চি (১.৫৭ মিটাৰ)[1]
ৱেবছাইট
http://www.taylorwane.com/


টেইলৰ ৱেন এগৰাকী বৃটিছ অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ পৰিবেশক। ২০০৫ চনত এভিএন হল অৱ ফেমত আৰু ২০১৪ চনত এক্সআৰচিঅ’ হল অৱ ফেমৰ লগতে লিজেণ্ডছ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ইংলেণ্ডৰ টাইন এণ্ড ৱেৰত গেটশ্বেডত জন্মগ্ৰহণ কৰিছিল ৱেনে। ব্ৰেকেনবেডছ জুনিয়ৰ হাইস্কুল, হিথফিল্ড চিনিয়ৰ হাইস্কুলত পঢ়িছিল।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]
২০১৪ চনত ৱান

১৯৮৯ চনত ৱানে প্ৰাপ্তবয়স্ক ভিডিঅ' উদ্যোগত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁক পেণ্টহাউচত কেইবাবাৰো দেখা গৈছিল।[3] পেণ্টহাউছৰ উপৰিও তেওঁ আন কেইবাটাও প্ৰকাশনত প্ৰকাশ পাইছে, যাৰ ভিতৰত আছে চেলিব্ৰিটি স্কিন, বিজাৰ মেগাজিন, জেণ্ট, আৰু বাষ্টি বিউটিজ। ২০০৫ চনত ৱেনে জেনেছিছ, শ্বৱাংক আৰু অউইকে ধৰি পুৰুষৰ আলোচনীত ফটো স্প্ৰেডত ষোল্লখন ফটোৰ বাবে অভিনয় কৰে। তেওঁ সেই বছৰতে এভিএন ইনচাইডাৰ আলোচনীৰ স্তম্ভলেখক হিচাপেও মাহেকীয়া স্তম্ভ লেখিকা হিচাপে কাম কৰে যাৰ নাম আছিল ৱানেছ ৱৰ্ল্ড

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Taylor Wane". IAFD.com. http://www.iafd.com/person.rme/perfid=TWayne/gender=f/Taylor-Wane.htm। আহৰণ কৰা হৈছে: 2008-09-14. 
  2. "About Me". Taylorwane.biz. n.d.. Archived from the original on 4 April 2023. https://web.archive.org/web/20230404013611/https://www.taylorwane.biz/blank-mpvle। আহৰণ কৰা হৈছে: 4 April 2023. 
  3. "35 Years of Penthouse Pets". "35 Years of Penthouse"pets.net. Archived from the original on 21 Nov 2007. https://web.archive.org/web/20071121025653/http://www.penthousepets.net/penthousepets.php.