ডকমোকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডকমোকা
—  নগৰ  —
ডকমোকা is located in Assam
ডকমোকা
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 26°12′29″N 93°03′00″E / 26.208102°N 93.050079°E / 26.208102; 93.050079স্থানাংক: 26°12′29″N 93°03′00″E / 26.208102°N 93.050079°E / 26.208102; 93.050079
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং
জনসংখ্যা (২০০১)
 - মুঠ ৪,৬৭০ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

ডকমোকা ( /dɒkˈmkə/)(ইংৰাজী: Dokmoka) অসমকাৰ্বি আংলং জিলাৰ এখন পৌৰ-নগৰ। ইয়াৰ এখন নিজা নগৰ-সমিতি আছে।[1]

ইতিহাস[সম্পাদনা কৰক]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

আন্তঃগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি ডকমোকাৰ মুঠ জনসংখ্যা ৪৬৭০ জন[2]। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১৫% ছয় বছৰৰ অনুৰ্ধৰ। ডকমোকাৰ গড় সাক্ষৰতাৰ হাৰ ৬৬%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৩% আৰু ৫৮%।

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

ডিফু-নগাওঁ ঘাইপথৰ পৰা ডকমোকাৰ দুৰত্ব প্ৰায় ৮৫ কিমি। ইয়াৰ মাজেৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে।

শিক্ষা[সম্পাদনা কৰক]

বিদ্যালয়-Nihang Rongphar English school মহাবিদ্যালয়-Thok Nogbe College

ৰাজনীতি[সম্পাদনা কৰক]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]

  • ঝংকেশ্বৰ মহাদেৱ মন্দিৰ
  • আকাশী গংগা শিৱ মন্দিৰ
  • মহামায়া মন্দিৰ
  • ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ প্ৰৱেশ তোৰণ
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ প্ৰৱেশ তোৰণ  
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত (ক)
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত (ক)  
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত(খ)
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাত(খ)  
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ দৃশ্য
ডিকৰুৎপি (পাকলংকাম) জলপ্ৰপাতৰ দৃশ্য  

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "অসমৰ পৌৰ আৰু পিয়ল নগৰসমূহৰ তালিকা". ভাৰতৰ মহাপঞ্জীয়ক আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়. ২০০১. https://censusindia.gov.in/towns/asm_towns.pdf। আহৰণ কৰা হৈছে: 16 January 2021. 
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.