ডকমোকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ডকমোকা
—  নগৰ  —
ডকমোকা is located in Assam
ডকমোকা
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 26°12′29″N 93°03′00″E / 26.208102°N 93.050079°E / 26.208102; 93.050079স্থানাংক: 26°12′29″N 93°03′00″E / 26.208102°N 93.050079°E / 26.208102; 93.050079
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং
জনসংখ্যা (২০০১)
 - মুঠ ৪,৬৭০ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

ডকমোকা ( /dɒkˈmkə/)(ইংৰাজী: Dokmoka) অসমকাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷

ইতিহাস[সম্পাদনা কৰক]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

আন্ত:গাথঁনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি ডকমোকাৰ মুঠ জনসংখ্যা ৪৬৭০ জন[1]৷ ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ মুঠ জনসংখ্যাৰ ১৫% ছয় বছৰৰ অনুৰ্ধৰ৷ ডকমোকাৰ গড় সাক্ষৰতাৰ হাৰ ৬৬% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৩% আৰু ৫৮%৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

ডিফু-নগাওঁ ঘাইপথৰ পৰা ডকমোকাৰ দুৰত্ব প্ৰায় ৮৫ কিমি৷ ইয়াৰ মাজেৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে৷

শিক্ষা[সম্পাদনা কৰক]

বিদ্যালয়-Nihang Rongphar English school মহাবিদ্যালয়-Thok Nogbe College

ৰাজনীতি[সম্পাদনা কৰক]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]

  • ঝংকেশ্বৰ মহাদেৱ মন্দিৰ
  • আকাশী গংগা শিৱ মন্দিৰ
  • মহামায়া মন্দিৰ

তথ্যসুত্ৰ[সম্পাদনা কৰক]