সমললৈ যাওক

ডাফাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডাফাৰ ভাৰতৰ গুজৰাট ৰাজ্যৰ সৌৰাষ্ট্ৰ অঞ্চলত পোৱা এটা জন-সম্প্ৰদায়। সিন্ধৰপৰা কুচ্চৰ মাজেৰে সৌৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰা বুলি দাবী কৰে। এইসকলৰ মাজত মুছলমান ডাফাৰ আৰু হিন্দু ডাফাৰো আছে।[1]

ডাফাৰৰ বংশ কম, ইয়াৰে কিছুমান হ’ল: নাথৱানী, লাডাক, নাগৰী, মৰি, সোমমা, খাৰৱা, ছাৰ, কেৰ, ৰাথোৰ, লখা, খৰিয়া আদি। তেওঁলোকে কুচ্চি উপভাষা কয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Lal, R. B. (2003) (en ভাষাত). Gujarat. Popular Prakashan. পৃষ্ঠা. 306. ISBN 978-81-7991-104-4. https://books.google.com/books?id=4Cy_-FXW9BQC&dq=raysipotra+tribe&pg=PA487.