ডাহিনী - দ্য ৱিচ্চ
| ডাহিনী - দ্য ৱিচ্চ | |
|---|---|
| পৰিচালক | ৰাজেশ টচৰিভাৰ |
| ৰচনা | ৰবি পুন্নম (সংলাপ) |
| চিত্ৰনাট্য | ৰাজেশ টচৰিভাৰ |
| কাহিনী | ৰাজেশ টচৰিভাৰ |
| প্ৰযোজক | সুনীতা কৃষ্ণন প্ৰদীপ নাৰায়ণন |
| অভিনয়ত | তন্নিষ্ঠা চেটাৰ্জী জে. ডি. চক্ৰৱৰ্তী শ্ৰুতি জয়ন |
| চিত্ৰগ্ৰহণকাৰী | নৌছদ শ্বৰীফ |
| সম্পাদনা | কে. শচী কুমাৰ |
| সংগীত পৰিচালক | জৰ্জ জোছেফ |
প্ৰযোজনা কোম্পানী |
অৰিঅন পিকচাৰ্ছ ইণ্টাৰনেচনেল |
মুক্তি |
নৱেম্বৰ ২০২২ (Australia, Sweden) |
| দেশ | ভাৰত |
| ভাষাসমূহ | হিন্দী ওড়িয়া |
ডাহিনী - দ্য ৱিচ্চ (ইংৰাজী: Dahini: The Witch) ২০২২ চনত ৰাজেশ টচৰিভাৰৰ পৰিচালনা, সুনীতা কৃষ্ণন, আৰু প্ৰদীপ নাৰায়ণনৰ প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় অতিপ্ৰাকৃতিক থ্ৰিলাৰ ছবি।[1][2] ছবিখনত তন্নিষ্ঠা চেটাৰ্জী, জে. ডি. চক্ৰৱৰ্তী আৰু শ্ৰুতি জয়নে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।[3]
মুক্তিৰ পিছত ছবিখনে ব্যাপক প্ৰশংসা লাভ কৰে আৰু টাইটান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি আৰু পেচিফিক বিচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷[4] ছুইডেনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈও ছবিখন মনোনীত হয়।[5][6][7]
পটভূমি
[সম্পাদনা কৰক]ছবিখন পূব ভাৰতৰ ডাইনী হত্যা পৰম্পৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে।[6]
অভিনয়
[সম্পাদনা কৰক]কমলাৰ চৰিত্ৰত তন্নিষ্ঠা চেটাৰ্জী, প্ৰতাপৰ চৰিত্ৰত জে ডি চক্ৰৱৰ্তী, পল্লৱীৰ চৰিত্ৰত শ্ৰুতি জয়ন, চুনিয়াৰ চৰিত্ৰত বদৰুল ইছলাম, ওঝাৰ চৰিত্ৰত মহম্মদ আছিক হুছেইন, উমাৰ চৰিত্ৰত অংগনা ৰায়, ৰিজু বাজাজ আদি অভিনেতাই অভিনয় কৰিছে৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "JD Chakravarthi's 'Dahini' to expose scourge of witch-hunting". 23 October 2021. https://telanganatoday.com/jd-chakravarthis-dahini-to-expose-scourge-of-witch-hunting.
- ↑ Today, Telangana (2022-11-09). "'Dahini: The Witch' makes it to the Swedish International Film Festival" (en-US ভাষাত). Telangana Today. https://telanganatoday.com/dahini-the-witch-makes-it-to-the-swedish-international-film-festival। আহৰণ কৰা হৈছে: 2023-03-09.
- ↑ "Rajesh Touchriver directs a controversial film on witch-hunting titled 'Dahini: The Witch' | Telugu Movie News - Times of India". Timesofindia.indiatimes.com. 2021-10-23. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/rajesh-touchriver-directs-a-controversial-film-on-witch-hunting-titled-dahini-the-witch/articleshow/87223522.cms। আহৰণ কৰা হৈছে: 2022-08-05.
- ↑ "Rajesh Touchriver's social thriller 'Dahini: The Witch' makes it to the Swedish International Film Festival". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/rajesh-touchrivers-social-thriller-dahini-the-witch-makes-it-to-the-swedish-international-film-festival/articleshow/95402289.cms.
- ↑ "Touchriver's 'Dahini - The Witch' wins 'Best Feature Film Award in Australia". The Times of India. 23 November 2022. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/touchrivers-dahini-the-witch-wins-best-feature-film-award-in-australia/articleshow/95714056.cms। আহৰণ কৰা হৈছে: 4 December 2022.
- ↑ 6.0 6.1 "Rajesh Touchriver directs a controversial film on witch-hunting titled 'Dahini: The Witch' - Times of India". https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/rajesh-touchriver-directs-a-controversial-film-on-witch-hunting-titled-dahini-the-witch/articleshow/87223522.cms.
- ↑ Today, Telangana (22 November 2022). "Rajesh TouchRiver's 'Dahini – The Witch' wins best feature film in Australia". Telangana Today. https://telanganatoday.com/rajesh-touchrivers-dahini-the-witch-wins-best-feature-film-in-australia.