সমললৈ যাওক

ডিফু বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিফু
সমষ্টি নং- ১১০ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগপাৰ্বত্য সংমণ্ডল
জিলাকাৰ্বি আংলং
লোকসভা সমষ্টিডিফু
প্ৰতিস্থা১৯৭৮
সংৰক্ষণঅনুসূচিত জনজাতি
বিধান সভাৰ সদস্য
পদাধিকাৰী
নিচো টেৰাংপী
দল Bharatiya Janata Party
মিত্ৰগোট National Democratic Alliance
নিৰ্বাচিত বছৰ২০২৬

ডিফু বিধানসভা সমষ্টি (ইংৰাজী: Diphu Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আৰু ই ডিফু (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই স্বায়ত্ত্বশাসিত জিলা লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
১৯৭৮ গান্ধী ৰাম তিমুং জনতা পাৰ্টি
১৯৮৩ কাইজাছং স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৫ ছামচিং হানছে স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১ দীপেন্দ্ৰ ৰংপি স্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি
১৯৯৬ হেমচিং তিছ’ স্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি
২০০১ বিদ্যাছিং ইংলেং ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬ ছুম ৰংহাং ভাৰতীয় জনতা পাৰ্টী
২০২১ বিদ্যাছিং ইংলেং ভাৰতীয় জনতা পাৰ্টী
২০২৬ নিচো টেৰাংপী ভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী নিচো টেৰাংপীয়ে বিজয় সাব্যস্ত কৰি ডিফু সমষ্টিৰ বিধায়িকা হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: ডিফু[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party নিচো টেৰাংপী 90,866 64.25 +13.67
স্বতন্ত্ৰ প্ৰাৰ্থী জে. আই. কাঠাৰ ৪১,১২৬ ২৯.০৮ -
স্বতন্ত্ৰ প্ৰাৰ্থী ৰাজেন তিমুং ৪,০৭২ ২.৮৮ -
Aam Aadmi Party বীৰেশ দিফুচা 3,187 2.25
ওপৰৰ এটাও নহয় (নটা) নটা ২,১৪২ ১.৫৪ -
সংখ্যাগৰিষ্ঠ ৪৯,৭৪০ ৩৫.১৭ -
মুঠ ভোটদান ১,৪১,৩৯৩ ৮২.২০
ছুইং - -

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ডিফু সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: ডিফু
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party বিদ্যাছিং ইংলেং 77,032 50.58
Indian National Congress ছুম ৰংহাং 36,504 23.97
স্বতন্ত্ৰ প্ৰাৰ্থী জোনছ ইংতি কাঠাৰ ২৩,৩৫৬ ১৫.৩৪ -
Autonomous State Demand Committee হেমচিং তিছ’ 7,379 4.85
ওপৰৰ এটাও নহয় (নটা) নটা ২,৩২০ ১.৫৩ -
সংখ্যাগৰিষ্ঠ ৪০,৫২৮ ২৬.৬১ -
মুঠ ভোটদান ১,৫২,২৭১ ৭৫.৫২
ছুইং - -

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: ডিফু
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party ছুম ৰংহাং 58,125 46.59
Indian National Congress বিদ্যাছিং ইংলেং 32,654 26.17
ওপৰৰ এটাও নহয় (নটা) নটা ২,৫১২ ২.০১ -
সংখ্যাগৰিষ্ঠ ২৫,৪৭১ ২০.৪২ -
মুঠ ভোটদান ১,২৪,৭৬৩ ৮০.৩৪
ৰ Indian National Congressৰ ওপৰত বিজয় সাব্যস্ত ছুইং - -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]