সমললৈ যাওক

ডিমৌ বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিমৌ
সমষ্টি নং- ৯৫ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাশিৱসাগৰ
লোকসভা সমষ্টিযোৰহাট
প্ৰতিস্থা২০২৩
মুঠ ভোটাৰ১৭৮,৯৫৩
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
সুশান্ত বৰগোহাঁই
দলভাৰতীয় জনতা পাৰ্টী
নিৰ্বাচিত বছৰ২০২৬

ডিমৌ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টি ২০২৩ চনত নতুনকৈ গঠন কৰা হৈছিল।[1]

নিৰ্বাচন ফলাফল

[সম্পাদনা কৰক]
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: ডিমৌ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি সুশান্ত বৰগোহাঁই
আইএনচি অজয় কুমাৰ গগৈ
চিপিআই অজয় বৰা
ন’টা ওপৰৰ কোনেও নহয়
বিজয়ৰ পাৰ্থক্য
মুঠ ভোটদান
পঞ্জীকৃত ভোটাৰ ১৭৮,৯৫৩
বিজেপিবিজয় (নতুন আসন)

লগেতে চওক

[সম্পাদনা কৰক]

তথ্যসমূহ

[সম্পাদনা কৰক]