সমললৈ যাওক

ডুমডুমা বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডুমডুমা
সমষ্টি নং- ৮২ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগউত্তৰ অসম
জিলাতিনিচুকীয়া
লোকসভা সমষ্টিলখিমপুৰ
প্ৰতিস্থা১৯৫৭
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
ৰূপেশ গোৱালা
দল Bharatiya Janata Party
মিত্ৰগোট National Democratic Alliance
নিৰ্বাচিত বছৰ২০২৬

ডুমডুমা বিধানসভা সমষ্টি (ইংৰাজী: Doom Dooma Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও তিনচুকীয়া জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো তিনিচুকীয়া জিলাৰ অন্তৰ্গত আৰু ই লখিমপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।




ডুমডুমা বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
১৯৫৭ মলিয়া তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
১৯৬৭
১৯৭২ দিলেশ্বৰ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ দিলেশ্বৰ তাঁতী জনতা পাৰ্টী
১৯৮৩ দিলেশ্বৰ তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫
১৯৯১
১৯৯৬
২০০১ দিলেশ্বৰ তাঁতী ভাৰতীয় জনতা পাৰ্টী
২০০৬ দুৰ্গা মিস্ৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১
২০১৬ দুৰ্গা মিস্ৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০২১ ৰূপেশ গোৱালা ভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ৰূপেশ গোৱালাই বিজয় সাব্যস্ত কৰি ডুমডুমা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: ডুমডুমা[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party ৰূপেশ গোৱালা 81,114 53.26 +3.24
Indian National Congress দুৰ্গা মিস্ৰা 61,425 40.33 −2.12
Assam Jatiya Parishad মনোজ গগৈ 6,550 4.30
ওপৰৰ এটাও নহয় (নটা) নটা ৩,২১২ ২.১১ -
সংখ্যাগৰিষ্ঠ ১৯,৬৮৯ ১২.৯৩ -
মুঠ ভোটদান ১,৫২,৩০১ ৮৩.১৫
ছুইং - -

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ডুমডুমা সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: ডুমডুমা
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party ৰূপেশ গোৱালা 74,895 50.02
Indian National Congress দুৰ্গা মিস্ৰা 63,541 42.45
Assam Jatiya Parishad ৰাজেন দুৱৰা 7,850 5.25
ওপৰৰ এটাও নহয় (নটা) নটা ৩,৪২০ ২.২৮ -
সংখ্যাগৰিষ্ঠ ১১,৩৫৪ ৭.৫৭ -
মুঠ ভোটদান ১,৪৯,৭০৬ ৮০.১২
ছুইং - -

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: ডুমডুমা
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Indian National Congress দুৰ্গা মিস্ৰা 50,471 45.32
Bharatiya Janata Party দিলীপ মোৰান 46,235 41.52
Communist Party of India সুৰজিৎ কলিতা 12,341 11.08
ওপৰৰ এটাও নহয় (নটা) নটা ২,৩১২ ২.০৮ -
সংখ্যাগৰিষ্ঠ ৪,২৩৬ ৩.৮০ -
মুঠ ভোটদান ১,১১,৩৫৯ ৮৪.১৫
ছুইং - -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]