ডেকাৰগাওঁ ৰেলৱে ষ্টেচন
অৱয়ব
| ডেকাৰগাওঁ | |
|---|---|
| ষ্টেচনৰ তথ্য | |
| ঠিকনা | ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ, তেজপুৰ, শোণিতপুৰ জিলা, অসম ভাৰতবৰ্ষ |
| স্থানাংক | 26°40′50″N 92°45′47″E / 26.6806°N 92.7631°Eস্থানাংক: 26°40′50″N 92°45′47″E / 26.6806°N 92.7631°E |
| উচ্চতা | ৭৩ মিটাৰ (240 ফুট) |
| প্লে'টফৰ্ম | ৩ |
| ট্ৰেক | ৫ |
| আন তথ্য | |
| মুকলি | ৪ জানুৱাৰী ২০১৪ |
| Electrified | হয় |
| ষ্টেচন ক'ড | DKGN |
| মণ্ডল | উত্তৰ-পূব সীমান্ত ৰেলৱে জ'ন |
| ডিভিজন | ৰঙিয়া |
| অধিকাৰিত্ব | ভাৰতীয় ৰেলৱে |
| অ'পাৰেটৰ | উত্তৰ-পূব সীমান্ত ৰেলৱে |
| ষ্টেচন স্থিতি | চলিত |
| অৱস্থান | |
Location in Assam Location in India | |
ডেকাৰগাঁও ৰে'লৱে ষ্টেচন ভাৰতৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন অন্যতম ৰে'ল ষ্টেচন।
এইখন অসমৰ শোণিতপুৰ জিলা সদৰ তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিঃমিঃ দূৰত আৰু তেজপুৰ বিমানবন্দৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত অৱস্থিত। ২০১৪ চনৰ ৪ জানুৱাৰীত মুকলি কৰা এই ৰেল ষ্টেচনে তেজপুৰ চহৰৰপৰা ভাৰতৰ বাকী অংশলৈ সংযোগ প্ৰদান কৰে। [1][2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Demand for revival of Tezpur (old) rly station". Archived from the original on 19 January 2019. https://web.archive.org/web/20190119230838/http://www.assamtribune.com/scripts/spat.asp?id=2017%2Fjul2117%2FBigPage8.jpg। আহৰণ কৰা হৈছে: 15 August 2017.
- ↑ SPECIAL TRAINS BETWEEN NAHARLAGUN AND TEZPUR
- ↑ Partially Cancelled Train List on 02nd February 2015