ডোলা সেন
ডোলা সেন | |
|---|---|
| সংসদৰ সদস্য, ৰাজ্য সভা | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২৯ আগষ্ট ২০১৭ | |
| পূৰ্বসূৰী | শ্ৰিনজয় বস |
| সমষ্টি | পশ্চিম বংগ |
| ৰাষ্ট্ৰপতি ভাৰতীয় ৰাষ্ট্ৰীয় তৃণমূল ট্ৰেড ইউনিয়ন কংগ্ৰেছ | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২০২১ | |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২৬ মাৰ্চ, ১৯৬৭ (৫৯ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত। |
| ৰাজনৈতিক দল | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ |
ডোলা সেন (ইংৰাজী: Dola Sen; জন্ম: ২৬ মাৰ্চ ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ট্ৰেড ইউনিয়নৰ কৰ্মী। ২০২০ চনৰ পৰা তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় তৃণমূল ট্ৰেড ইউনিয়ন কংগ্ৰেছ (INTTUC)ৰ কেন্দ্ৰীয় সভানেত্ৰী।[1][2][3]
১৯৯০ চনত কলকাতাৰ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি (গণিত) সম্পূৰ্ণ কৰিছে।তেওঁৰ ঘৰ ৰাজাৰহাটৰ তেঘৰিয়াত।[4]
২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে আছানছল লোকসভাৰ আসনৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰিছিল।[1][2][5]
তেওঁ পশ্চিম বংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[6][7]
২০২০ চনৰ ২১ ছেপ্টেম্বৰত ডোলা সেনক আন ৭ জন সদস্যৰ সৈতে ৰাজ্যসভাত নথি-পত্ৰ ফালি, মাইক ভাঙি, টেবুলত থিয় হৈ আৰু ৰাজ্যসভাৰ উপ অধ্যক্ষক হেঁচা মাৰি ধৰি অশান্ত আচৰণ কৰাৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছিল। তেওঁলোকৰ এই কাৰ্যক কেইবাজনো নেতাই নিন্দা কৰিছিল।[[8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "MIRIK | INTTUC welcomes Dola Sen as poll candidate". The Echo of Indiaechoofindia.com. 2014-03-08. Archived from the original on 2014-05-12. https://web.archive.org/web/20140512222548/http://echoofindia.com/mirik-inttuc-welcomes-dola-sen-poll-candidate-50983। আহৰণ কৰা হৈছে: 2021-04-27.
- 1 2 "The Statesman: Supriyo makes it tricky for TMC, Left". thestatesman.net. 2014-05-06. Archived from the original on 2014-05-12. https://web.archive.org/web/20140512222108/http://www.thestatesman.net/news/53121-Supriyo-makes-it-tricky-for-TMC--Left.html?page=2। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ "Trinamul trade union leader in assault row". The Telegraph. 2018-09-03. https://www.telegraphindia.com/1120218/jsp/calcutta/story_15149750.jsp। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ "Dola Sen Asansol (West Bengal)". myneta.info. http://myneta.info/ls2014/candidate.php?candidate_id=8285। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ "Fourth Phase West Bengal Lok Sabha Poll Tomorrow". ganashakti.com. 2016-03-04. Archived from the original on 2014-05-12. https://web.archive.org/web/20140512224458/http://ganashakti.com/english/news/top_story/5100। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ "Dola Sen - Profile". Government of Indiaindia.gov.in. http://india.gov.in/my-government/indian-parliament/dola-sen। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ "Dola Sen files nomination for RS". The Hindu. 8 March 2015. http://www.thehindu.com/news/cities/kolkata/dola-sen-files-nomination-for-rs/article6970411.ece.
- ↑ "Derek O'Brien, 7 other Opposition MPs suspended over Rajya Sabha ruckus on farm bills" (en ভাষাত). Zee News. 2020-09-21. https://zeenews.india.com/india/derek-obrien-7-other-opposition-mps-suspended-over-rajya-sabha-ruckus-on-farm-bills-2311133.html। আহৰণ কৰা হৈছে: 2021-04-27.
- ↑ "Motion seeking suspension of MPs, who intimidated deputy chair Harivansh, likely in Rajya Sabha tomorrow" (en ভাষাত). BW Businessworld. 20 September 2020. http://businessworld.in/article/Motion-seeking-suspension-of-MPs-who-intimidated-deputy-chair-Harivansh-likely-in-Rajya-Sabha-tomorrow/20-09-2020-322734। আহৰণ কৰা হৈছে: 2021-04-27.