তান্দিন বিধা
অৱয়ব
| তান্দিন বিধা | |
|---|---|
| স্থানীয় নাম | རྟ་མགྲིན་བུ་དར། |
| ৰাষ্ট্ৰীয়তা | ভূটান |
| পেচা | অভিনেত্ৰী · মডেল |
| উল্লেখযোগ্য কৰ্ম | · চি ছেম চি লু (২০১০) · বুম বাথা চেনমি ৰেনজী (২০১৬) |
| দূৰদৰ্শন | ভয়েছ অৱ ভূটান |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | · সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী (১৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৬) · সৰ্বশ্ৰেষ্ঠ মহিলা অভিনেত্ৰী (২০১০, চি ছেম চি লু-ৰ বাবে) |

তান্দিন বিধা (জোংখা: རྟ་མགྲིན་བུ་དར) এগৰাকী ভূটানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক।[1][2] তেওঁ বৰ্তমানলৈকে ৩০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল হোম ছুইট হোম।
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]| বছৰ | ভাষা | চলচ্চিত্ৰ | বঁটা |
|---|---|---|---|
| ২০২২ | জোংখা | এ গ্লিমাৰ অৱ হ'প | নাই |
| ২০২০ | জোংখা | ৰুয়েবি | নাই |
| ২০১৯ | জোংখা | উদুমভাৰা | |
| জোংখা | চিব চোলো | ||
| ২০১৭ | জোংখা | ড্ৰাকচিন গ্যালমো | |
| ২০১৬ | জোংখা | চ্যাগ ছেলো | |
| জোংখা | বুম বাথা চেনমি ৰেনজী | সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী (১৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা)[1] | |
| জোংখা | গাতেই ইয়ে? | ||
| ২০১৫ | জোংখা | চেংচাংমা |
অন্যান্য কাৰ্য
[সম্পাদনা কৰক]বিধা ভূটানৰ ৰাষ্ট্ৰীয় গীত প্ৰতিযোগিতা ভয়েছ অৱ ভূটানৰ বক্তৃতা দাতা তথা পৰিচালক আছিল।[3] তেওঁ শেলডন নামৰ কাৰ্টুন শৃংখলাৰ বাবে ডাবিং কৰিছিল, যি ভূটানৰ প্ৰধানমন্ত্ৰী দাশো লোটে চেৰিংৰ উদ্যোগত ভূটানৰ ৰজাপুত্ৰই শিশু সকলৰ বাবে উপহাৰ হিচাপে দিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Tandin Bidha - Bhutan Movie Actress" (en ভাষাত). www.movies.bt. https://www.movies.bt/people/tandin-bidha। আহৰণ কৰা হৈছে: 2021-01-20.
- ↑ Bubna, Vidhi (2020-10-22). "Tandin Bidha: The Grace of Bhutan" (en-US ভাষাত). Modern Diplomacy. https://moderndiplomacy.eu/2020/10/22/tandin-bidha-the-grace-of-bhutan/। আহৰণ কৰা হৈছে: 2021-01-20.
- ↑ "6 top reasons why 'Voice of Bhutan' is a hit reality show?" (en-US ভাষাত). Discover Bhutanese. 2019-04-19. https://www.discoverbhutanese.com/voice-of-bhutan/। আহৰণ কৰা হৈছে: 2021-04-01.[সংযোগবিহীন উৎস]
- ↑ "Tandin Bidha" (en-US ভাষাত). Mountain Echoes. 2018-03-30. http://www.mountainechoes.org/speakers/tandin-binda/। আহৰণ কৰা হৈছে: 2021-04-01.