সমললৈ যাওক

তামুলপুৰ বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তামুলপুৰ
সমষ্টি নং- ৫৮ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাবাক্সা
লোকসভা সমষ্টিকোকৰাঝাৰ
প্ৰতিস্থা১৯৭৮
নিৰ্বাচিত বছৰ২০২১

তামুলপুৰ বিধানসভা সমষ্টি) অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। তামুলপুৰ কোকৰাঝাৰ (লোকসভা সমষ্টি) ৰ অন্তৰ্গত ।.[1][2][3]

বিধায়ক সকল

[সম্পাদনা কৰক]
বৰ্ষ নাম দল ভোট ভোট % সীমা
২০২১ (উপ-নিৰ্বাচন) জোলেন দৈমাৰী ইউ.পি.পি.এল ৮৬,৬৭৮ ৫৯,৬২% ৫৭,০৫৯
২০২১ লেহো ৰাম বড়ো[4][5] ৭৮,৮১৮ ৪৬.৭৫% ৩২,১৮৩
২০১৬ [6] ইমানুয়েল মুছাহাৰী বি.পি.এফ ৬৩,০৩১ ৮৩% ১৯,৯৪৭
২০১১ ৪৪,০১৭ ৩৬% ৪,৬০৮
২০০৬ চণ্ডী বসুমতাৰী নিৰ্দলীয় ৩৭,১৩১ ৩১% ৩,৩৫০
২০০১ বিশ্বজিৎ দৈমাৰী ৫৬,০১৭ ৫২% ১৬,৮৫৪
১৯৯৬ দেৰহাগ্ৰা মুছাহাৰী ২৭,৭৭০ ৩১% ৭,৬৮১
১৯৯১ ১৯,৯২০ ২৩% ৭,৮৬৩
১৯৮৫ ভবেনে নাৰ্জাৰী ২০,৪০ ২৯% ৭,১১২
১৯৮৩ পদ্ম বাহাদুৰ চৌহান আই.এন.চি ১২,৫৬৬ ৪১% ৫,২৭৩
১৯৭৮ জে.এন.পি ১২,৯৬০ ২৯% ২৮৬

২০২১ উপ-নিৰ্বাচন

[সম্পাদনা কৰক]
অসম বিধানসভা উপ-নিৰ্বাচন:তামুলপুৰ
ইউ.পি.পি.এল জলেন দৈমাৰী ৮৬৬৭৮ ৫৯.৬২
নিৰ্দলীয় গনেশ কছাৰী ২৯,৬১৯ ২০. ৬৭
গন সুৰক্ষা দল ব্ৰজেন্দ্ৰ নাথ ডেকা ১৩,৫৭৩ ৯.৩৪
কংগ্ৰেছ ভাস্কৰ দাহাল ৭,৭৬৩ ৫.৩৪
নিৰ্দলীয় য়াচন্ত চৌহান ৩,০৩৫ ২.০৯
উপৰৰ এটাও নহয় ন'টা ন'টা ২,৯০৬
ভি.পি.আই. ৰাজকুমাৰ বড়ো ১,৮১৪ ১.২৫
সংখ্যাগৰিষ্ট ৫৭,০৫৯ ৩৮.৯৫
মুঠ ভোটদান ১,৪৫,৩৮৮

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

"সকলো অসম বিধানসভা নিৰ্বাচনৰ ফলাফল". ভাৰতীয় নিৰ্বাচন আয়োগeci.gov.in. https://old.eci.gov.in/files/category/67-assam/। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০২৫. 


  1. "Delimitation of Parliamentary & Assembly Constituencies Order - 2008". Election Commission of India. 26 November 2008. https://old.eci.gov.in/files/file/3931-delimitation-of-parliamentary-assembly-constituencies-order-2008/। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০২৫. 
  2. "List of Assembly constituencies showing their Parliamentary constituences wise break-up". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/2_PC%20wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০২৫. 
  3. "Map of Assam showing District-wise assembly and Parliamentary constituencies". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/3_Assembly_HPC_wise_MapA1.pdf। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০২৫. 
  4. "Assam General Legislative Election 2021". Election Commission of India. https://old.eci.gov.in/files/file/13620-assam-general-legislative-election-2021/। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০২৫. 
  5. "Another Assam MLA dies due to Covid-19". One News Page. Archived from the original on 2021-06-03. https://web.archive.org/web/20210603060713/https://www.newsr.in/n/India/1zn1t901eu/Another-Assam-MLA-dies-due-to-Covid-19.htm। আহৰণ কৰা হৈছে: 2025-07-13. 
  6. "Assam General Legislative Election 2016". Election Commission of India. https://old.eci.gov.in/files/file/4017-assam-general-legislative-election-2016/। আহৰণ কৰা হৈছে: ১৩ জুলাই ২০২৫.