তালেবৰ ৰহমান
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
তালেবৰ ৰহমান | |
---|---|
জন্ম | বৰপেটা ১৯৬০ অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
তালেবৰ ৰহমান(ইংৰাজী: Talebor Rahman) এজন অসমীয়াশিক্ষক, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যক। তেওঁৰ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৯৬০ চনত অসমৰ বৰপেটা জিলাৰ বেতবাৰী গাঁৱত তালেবৰ ৰহমানৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কাজল মিয়া আৰু মাতৃৰ নাম আজিৰণ নেছা।[1]
শিক্ষা
[সম্পাদনা কৰক]১৯৭৬ চনত ভৱানীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৯ চনত বি.বি.কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু সমাজ বিজ্ঞান বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতকোত্তৰ উপাধি লাভ কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ কমলপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলে।[3]
সাহিত্যৰাজি
[সম্পাদনা কৰক]- আৰ্দশ মৎস্য প্ৰতিপালন
- অৰণ্যৰোদন (কাব্য সংকলন)
- অনুভূতি (কাব্য সংকলন)
- হোটেল মেনেজাৰ সাক্ষাৎকাৰ (গল্প সংকলন)
- ৰহমানীয় গজল (গীতি সংকলন)[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ,প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেটসংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
- ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭