তাৰা দেৱী (গায়িকা)
অৱয়ব
তাৰা দেৱী तारा देवी | |
|---|---|
| তাৰা দেৱী তাৰা দেৱী | |
| পৃষ্ঠভূমি | |
| জন্ম নাম | Dol Kumari Karki |
| অন্য নাম | নেপালৰ নাইটিঙ্গল |
| জন্ম | ১৫ জানুৱাৰী, ১৯৪৬ Indra Chowk, Kathmandu, Nepal |
| উৎসস্থান | কাঠমাণ্ডু |
| মৃত্যুৰ তাৰিখ | ২৩ জানুৱাৰী, ২০০৬ (৬১ বছৰ) Kathmandu, Nepal |
| পেচা | গায়িকা |
| জীৱন-সঙ্গী | শিৱ বাহাদুৰ শ্ৰেষ্ঠ |
তাৰা দেৱী ইংৰাজী: Tara Deviতাৰা দেৱী শ্ৰেষ্ঠা (জন্ম:১৫ জানুৱাৰী, ১৯৪৬ –মৃতু্্য: ২৩ জানুৱাৰী ২০০৬) পেছাদাৰীভাৱে তাৰা দেৱী নামেৰে জনাজাত। তেওঁ এগৰাকী নেপালী গায়িকা আছিল। তেওঁক "নেপালৰ নাইটিংগেল" বুলি জনা যায়। [1]তেওঁৰ জীৱনকালত ৪,০০০ ৰো অধিক গান ৰেকৰ্ড কৰিছিল।[2] তাৰা দেৱীৰ সংগীতৰ বিষয়বস্তু বেছিভাগ দেশপ্ৰেম আৰু জাতীপ্ৰেম আছিল।[3]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Swar Kinnari Tara Devi". Archived from the original on 2020-11-25. https://web.archive.org/web/20201125162750/http://bossnepal.com/swor-kinnari-tara-devi/। আহৰণ কৰা হৈছে: 2025-02-14.
- ↑ Tara Devi MP3 Songs, http://www.sanjan.com.np/2010/12/tara-devi-free-download-nepali-mp3.html
- ↑ Nepali Singer Tara Devi Dies at 60 Archived 2006-02-07 at the Wayback Machine OhMyNews – 23 January 2006