সমললৈ যাওক

তিন কন্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিন কন্যা

পোষ্টাৰ
পৰিচালক সত্যজিত ৰায়
ৰচনা সত্যজিত ৰায় (চিত্ৰনাট্য)
ৰবীন্দ্ৰনাথ ঠাকুৰ (গল্প)
প্ৰযোজক সত্যজিত ৰায়
অভিনয়ত সৌমিত্ৰ চেটাৰ্জী
অপৰ্ণা সেন
পৰিবেশক চোনী পিকচাৰচ
মুক্তি
৫ মে' ১৯৬১ (1961-05-05)
দৈৰ্ঘ্য
১৭৩ মিনিট
দেশ ভাৰতীয়
ভাষা বাংলা

তিন কন্যা (ইংৰাজী: Teen Kanya) ১৯৬১ চনত মুক্তি পোৱা সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় বাংলা চলচ্চিত্ৰ। ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত। শিৰোনামটোৰ অৰ্থ হৈছে "তিনিজনী ছোৱালী" আৰু ছবিখনৰ মূল ভাৰতত মুক্তি পোৱা সংস্কৰণত তিনিটা কাহিনী আছিল।[1] কিন্তু আন্তঃৰাষ্ট্ৰীয় মুক্তিৰ সময়ত ছবিখনৰ মাত্ৰ দুটা কাহিনী ৰখা হয়; দ্বিতীয়টো কাহিনী "মনিহাৰা: দ্য লষ্ট জুৱেলছ" আঁতৰাই দিয়া হয়। এই সংস্কৰণটো ১৯৯৭ চনত ভিএইচএছত “টু ডটাৰ্ছ” নামেৰে মুকলি কৰা হয়।[2] একাডেমী ফিল্ম আৰ্কাইভে ১৯৯৬ চনত তিন কন্যাৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণ সংৰক্ষণ কৰে।[3]

৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬১)
  • শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
১৩তম বাৰ্লিন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ
  • শ্ৰেষ্ঠ ছবিৰ Selznick Golden Laurel
২৫তম বেংগল ফিল্ম জাৰ্ণেলিষ্টচ এছোচিয়েচন এৱাৰ্ড
  • শ্ৰেষ্ঠ পৰিচালক আৰু বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় ছবি
কাল্ট ক্ৰিটিক মুভী এৱাৰ্ড (২০১৯)[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • San Francisco Chronicle review