সমললৈ যাওক

তুংখুঙীয়া বুৰঞ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তুংখুঙীয়া বুৰঞ্জী হৈছে তুংখুঙীয়া আহোম ৰজাৰ প্ৰধানকৈ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ পৰা কমলেশ্বৰ সিংহ, (১৭৫১–১৮০৬) পৰ্যন্ত তুংখুঙীয়া আহোম ৰজাৰ তথ্য সন্নিবিষ্ট কৰা এখন বুৰঞ্জী বুৰঞ্জী। আহোম মন্ত্ৰীসভাৰ মন্ত্ৰী শ্ৰীনাথ দুৱৰা বৰবৰুৱাই লিখিছিল আৰু বৰবৰুৱা পদৰ চাৰি বছৰৰ পিছত ১৮০৪ চনৰ ৬ মাৰ্চত সংকলন কৰা হৈছিল।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Baruah 1985, পৃষ্ঠা 45
  2. Neog 1962, পৃষ্ঠা 312

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Baruah, S L (1985), A Comprehensive History of Assam, Munshiram Manoharlal 
  • Neog, Dimbeswar (1962). New light on History of Asamiya literature including an account of its antecedents. 

আৰু চাওক

[সম্পাদনা কৰক]
  • Bhuyan, S K (1968) (Assamese ভাষাত), Tunkhungia Buranji or A History of Assam (1681–1826) (2 সম্পাদনা), প্ৰকাশক Gauhati: Department of Historical and Antiquarian Studies, Assam