তেজছ (চলচ্চিত্ৰ)
| তেজছ্ | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | সৰবেশ মেৱাৰা |
| ৰচনা | সৰবেশ মেৱাৰা |
| প্ৰযোজক | ৰনী স্কুৱালা |
| অভিনয়ত | কংগনা ৰাণাউট অঞ্চুল চৌহান বৰুণ মিত্ৰ |
| চিত্ৰগ্ৰহণকাৰী | হৰি কে বেদান্তম |
| সম্পাদনা | আৰিফ শেখ |
| সংগীত পৰিচালক | শাশ্বত সচদেৱ |
প্ৰযোজনা কোম্পানী |
RSVP মুভীজ |
মুক্তি |
২৭ অক্টোবৰ ২০২৩ |
দৈৰ্ঘ্য |
১১২ মিনিট[1] |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| বাজেট | ₹70 crore[2][3][4] |
| সৰ্বমুঠ আয়-45 কোটি টকা | ₹5.6 crore[5] |
তেজছ্ (ইংৰাজী: Tejas ) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি;[1] যাৰ লেখক আৰু পৰিচালক সৰ্বেশ মেৱাৰা আৰু প্ৰযোজক ৰনি স্ক্ৰুৱালা। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু লগতে অংশুল চৌহান আৰু বৰুণ মিত্ৰই সহযোগী চৰিত্ৰত অভিনয় কৰিছে।[6]
২০২৩ চনৰ ২৭ অক্টোবৰত ছবিখন মুক্তি পায় আৰু সমালোচকৰ পৰা বেছিভাগেই নেতিবাচক বিশ্লেষণ লাভ কৰে।[7] মুক্তিৰ প্ৰথম দুদিনতে হিন্দী চলচ্চিত্ৰৰ অন্যতম বৃহৎ বক্স অফিচ দুৰ্যোগ হিচাপে তেজছে আত্মপ্ৰকাশ কৰে। ইয়াৰ আৰম্ভণিৰ দিনটোত বেছিভাগ থিয়েটাৰত প্ৰদৰ্শন বাতিল কৰা হয়।[8]
প্ৰচাৰ
[সম্পাদনা কৰক]ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ২০২৩ চনৰ ৩১ অক্টোবৰত কংগনা ৰানাউটৰ সৈতে লক্ষ্ণৌত ছবিখন চোৱাৰ পিছত এই ছবিখনলৈ সমৰ্থন আগবঢ়ায়।[9]
ৰানাৱটে মন্তব্য কৰিছিল যে যোগী আদিত্যনাথে "আমাক আশ্বাস দিছে যে তেওঁ আমাক আৰু আমাৰ ছবিখনক আমাৰ সকলো শত্ৰু আৰু জাতীয়তাবাদ বিৰোধী উপাদানৰ পৰা ৰক্ষা কৰিব আৰু জাতীয়তাবাদীসকলক ছবিখন চাবলৈ আৰু ইয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব"।[20] ৰানাউটক ৰাজনীতিক ব্যৱহাৰ কৰি ৰাইজক ছবিখন চাবলৈ প্ৰভাৱিত কৰাৰ বাবে সমালোচনা কৰা হৈছিল।[10]
২০২৩ চনৰ হামাছ-ইজৰাইল সংঘাতৰ মাজতে ৰানাউটে ছবিখনৰ প্ৰচাৰৰ বাবে ইজৰাইলৰ দূতাবাসলৈও গৈছিল আৰু সমালোচনাৰ সন্মুখীনও হৈছিল।[11]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Tejas (15)". British Board of Film Classification. 25 October 2023. https://www.bbfc.co.uk/release/tejas-q29sbgvjdglvbjpwwc0xmde2oty1। আহৰণ কৰা হৈছে: 25 October 2023.
- ↑ "Kangana Ranaut's Tejas records massive loss of over Rs 50 crore, earns only Rs 4.25 crore at the box office". 9 November 2023. https://indianexpress.com/article/entertainment/bollywood/kangana-ranaut-tejas-box-office-monumental-loss-rs-50-crore-earns-only-rs-4-crore-9019764/. "As per the report, the film’s cost to the producers amounted to Rs 70 crore."
- ↑ "Kangana Ranaut-starrer Tejas Suffers Loss Of Rs 50 Crore At Box Office: Report". 10 November 2023. https://www.news18.com/movies/kangana-ranaut-starrer-tejas-suffers-loss-of-rs-50-crore-at-box-office-report-8656793.html. "As per reports, the film’s budget amounted to Rs 70 crore."
- ↑ "Kangana Ranaut starrer Tejas faces a loss of over Rs. 50 crores; makers of Tejas and Dhaakad left poorer by Rs. 129 crores". 8 November 2021. https://www.bollywoodhungama.com/news/box-office-special-features/kangana-ranaut-starrer-tejas-faces-loss-rs-50-crores-makers-tejas-dhaakad-left-poorer-rs-129-crores/. "The film was made at a huge cost of Rs. 70 crores."
- ↑ "Tejas (2023) Box Office Collection". Bollywood Hungama. 28 October 2023. https://www.bollywoodhungama.com/movie/tejas/box-office/.
- ↑ "Tejas teaser: Kangana Ranaut goes to war, promises to rain fire from the skies. Watch". The Indian Express. 2 October 2023. https://indianexpress.com/article/entertainment/bollywood/tejas-teaser-kangana-ranaut-goes-to-war-promises-to-rain-fire-from-the-skies-8964806/। আহৰণ কৰা হৈছে: 6 October 2023.
- ↑ "Tejas (2023)". Rotten Tomatoes. https://www.rottentomatoes.com/m/tejas। আহৰণ কৰা হৈছে: 28 October 2023.
- ↑ "Kangana Ranaut celebrates Tejas wrap-up amid ongoing controversy". The Indian Express. 14 November 2021. https://indianexpress.com/article/entertainment/bollywood/kangana-ranaut-tejas-wrap-party-photos-7620552/। আহৰণ কৰা হৈছে: 29 October 2023.
- ↑ "Kangana Ranaut gets trolled by Prakash Raj, Deepa Mehta for her comments on low theatre footfalls, Israel-Gaza conflict". Hindustan Times. 29 October 2023. https://www.hindustantimes.com/entertainment/bollywood/kangana-ranaut-gets-trolled-by-prakash-raj-deepa-mehta-tejas-israel-gaza-conflict-101698563994426.html.
- ↑ "Netizens disapprove of Kangana Ranaut's 'Hindu nation' comment during meeting with Israel Ambassador Naor Gilon". Times of India. 28 October 2023. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/netizens-disapprove-of-kangana-ranauts-hindu-nation-comment-during-meeting-with-israel-ambassador-naor-gilon/articleshow/104777042.cms.
- ↑ "Tejas is a MONUMENTAL DISASTER at the overseas box office; collects less than Rs. 20 lakhs on Day 1". Bollywood Hungama. 29 October 2023. https://www.bollywoodhungama.com/news/box-office-special-features/tejas-monumental-disaster-overseas-box-office-collects-less-rs-20-lakhs-day-1/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- তেজছ (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- সাঁচ:Bollywood Hungama film