সদস্য:ধীৰাজ গগৈ/ত্ৰিমূৰ্তি উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ত্ৰিমূৰ্তি উদ্যানৰ পৰা পুনঃনিৰ্দেশিত)

তেজপুৰ চহৰৰ এখন উল্লেখযোগ্য উদ্যান ত্ৰিমূৰ্তি উদ্যান। উদ্যানখন তিনিগৰাকী অসমীয়া নামেৰে নামাংকিত। সেইকেইজন হল জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মাৰ ।