সমললৈ যাওক

তৰিণা পেটেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তৰিণা পেটেল
জন্ম ২২ ডিচেম্বৰ, ১৯৮২ (৪২ বছৰ)
কেপটাউন, দক্ষিণ আফ্ৰিকা
ৰাষ্ট্ৰীয়তা ছাউথ আফ্ৰিকান
পেচা অভিনেত্ৰী, মডেল, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান
দাম্পত্যসঙ্গী ইকবাল শৰ্মা (২০০৯–বৰ্তমান)


তৰিণা পেটেল হৈছে দক্ষিণ আফ্ৰিকাৰ অভিনেত্ৰী, চলচিত্ৰ প্ৰযোজক, মডেল আৰু টেলিভিছন পৰিচালিকা। তেওঁ কেইপ টাউনত জন্ম গ্ৰহণ কৰি ডাৰ্বানত ডাঙৰ-দীঘল হৈছিল।[1][2] তেওঁ অক্ষয় কুমাৰভূল ভুলৈয়া নামৰ ভৌতিক-কমেডি চলচ্চিত্ৰত অভিনয় কৰিছিল। লগতে, তেওঁ দক্ষিণ আফ্ৰিকাৰ দ্য ৰিয়েল হাউজৱাইভ্‌ছ অৱ জোহানেছবাৰ্গ চিৰিজতো অংশগ্ৰহণ কৰিছিল।

তৰিণা পেটেল দক্ষিণ আফ্ৰিকাৰ কেপটাউনত জন্মগ্ৰহণ কৰে। তেওঁৰ শিক্ষাজীৱন ডাৰবান ছোৱালী মহাবিদ্যালয় আৰু ফ্ৰী ষ্টেট বিশ্ববিদ্যালয়ত সম্পন্ন হৈছিল।

কাৰিকৰী জীৱন

[সম্পাদনা কৰক]

তৰিণা পেটেল ২০০৬ চনৰ পৰা চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছে। তেওঁ বলীউডৰ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে। বিশেষকৈ ভূল ভুলৈয়া (২০০৭) চলচ্চিত্ৰত তেওঁৰ অভিনয় দৰ্শকৰ দ্বাৰা বিশেষভাবে প্ৰশংসিত হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৯ চনত তৰিণা পাটেল ইকবাল শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

উল্লেখযোগ্য চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • ভূল ভুলৈয়া (২০০৭)
  • দশ কাহিনয়াঁ (২০০৭)
  • কৰ্জ (২০০৮)
  • চতুৰ সিং টু ষ্টাৰ (২০১১)
  • ঢোল (২০০৭)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Pantsi, Nandipha. "Tarina Patel, the beauty on Generations" (en ভাষাত). The Citizen. https://citizen.co.za/lifestyle/your-life-entertainment-your-life/entertainment-celebrities/363878/tarina-patel-the-beauty-on-generations/. 
  2. "Bollywood Star Tarina Patel joins the cast of Generations: The Legacy | DESTINY Magazine" (en-GB ভাষাত). DESTINY Magazine. 2015-02-27. Archived from the original on 2018-09-07. https://web.archive.org/web/20180907033802/http://www.destinyconnect.com/2015/02/27/bollywood-star-tarina-patel-joins-the-cast-of-generations-the-legacy/.