দকচিৰি
| এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:তথ্যসূত্ৰ নথকা প্ৰবন্ধ। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। সম্পাদকৰ প্ৰতি টোকা: আপুনি বৰ্তমানলৈকে এই প্ৰবন্ধৰ আলোচনা পৃষ্ঠা সৃষ্টি কৰা নাই। অনুগ্ৰহ কৰি এটা বাৰ্তা আলোচনা পৃষ্ঠাত যোগ কৰক আৰু কাৰণ দৰ্শাওক যে এই প্ৰবন্ধটো কিয় বিলোপ কৰা অনুচিত।
যদি আপুনি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়াৰ পাছটো এই জাননীখন দেখুৱাই থাকে তেন্তে পৃষ্ঠাৰ কেশ্ব নিকা কৰি পুনৰ চেষ্টা কৰক। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ . গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
দকচিৰি (ইংৰাজী: Doksiri, মিচিং: Doksiri) হৈছে মিচিং আৰু অসমীয়া ভাষাত প্ৰকাশিত এখন জনপ্ৰিয় মাহেকীয়া দ্বিভাষিক ই-আলোচনী। ২০২১ চনৰ জুলাই মাহত ইয়াৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। আলোচনীখন মিচিং আৰু অসমীয়া সাহিত্য, সংস্কৃতি, ভাষা, লোকজ ঐতিহ্য আৰু সমসাময়িক বিষয়সমূহৰ ওপৰত বিভিন্ন ধৰণৰ লেখা প্ৰকাশৰ বাবে পৰিচিত। মুখ্য সম্পাদক তপন লাল। বৰ্তমান দকচিৰিৰ মুঠ পাঠকৰ সংখ্যা প্ৰায় ১০,০০০০০ লাখ।
ইতিহাস
[সম্পাদনা কৰক]দকচিৰিৰ প্ৰথম সংখ্যা ২০২১ চনৰ জুলাই মাহত প্ৰকাশিত হয়। আৰম্ভণিৰে পৰা আলোচনীখনে ডিজিটেল মাধ্যমত সাহিত্য চৰ্চা আৰু পাঠকৰ মাজত নতুন চিন্তা-চৰ্চাৰ ক্ষেত্ৰ সৃষ্টি কৰি আহিছে। ই মিচিং আৰু অসমীয়া ভাষাৰ লেখক, কবি, গৱেষক আৰু সাহিত্যপ্ৰেমীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে।