দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা
দক্ষিণ পশ্চিম খাছী
—  মেঘালয়ৰ জিলা  —
মেঘালয়ৰ দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
প্ৰতিষ্ঠা
মুখ্যালয় মাৱকিৰৱাট
মাটিকালি
 - মুঠ ১,৩৪১ কি.মি. 
(৫১৭.৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১,১০,১৫২ জন
 - জনঘনত্ব ৮২.১ প্ৰতি বৰ্গ কি.মি. 
(২১২.৭ প্ৰতি বৰ্গ মাইল)
জনগাঁথনি
 - সাক্ষৰতাৰ হাৰ ৭৬.৮৪ %
 - লিঙ্গ অনুপাত
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
ৱেবছাইট southwestkhasihills.gov.in

দক্ষিণ পশ্চিম খাছী পাৰ্বত্য (ইংৰাজী: South West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।

ইতিহাস[সম্পাদনা কৰক]

দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩ আগষ্টত পশ্চিম খাছী পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে।[1]

ভূগোল[সম্পাদনা কৰক]

মাৱকিৰৱাট দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১,৩৪১ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সকলো গাঁৱক দুটা Community & Rural Development Block য়ে পৰিচালনা (compose) কৰে। যেনে- ৰাণীকোৰ (Ranikor) আৰু মাৱকিৰৱাট। নংষ্ট’ইনৰ Community & Rural Development Block ৰ ৱাৰ্চন লাইংডোহ (Lyngdoh) Gram Sevak Circleৰ অধীনত ১৮খন গাঁও অন্তৰ্ভুক্ত আছে।

প্ৰশাসনিক বিভাগসমূহ[সম্পাদনা কৰক]

দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত

নাম মুখ্যালয় জনসংখ্যা স্থিতি
মাৱকিৰৱাট মাৱকিৰৱাট
West Khasi Hills Subdivisions Mawkyrwat.png
ৰাণীকোৰ ৰাণীকোৰ
West Khasi Hills Subdivisions Ranikor.png

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]