দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা
অৱয়ব
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা
দক্ষিণ পশ্চিম খাছী | |
---|---|
![]() মেঘালয়ৰ দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | মেঘালয় |
মুখ্যালয় | মাৱকিৰৱাট |
কালি | |
• মুঠ |
১,৩৪১ বৰ্গকিমি (৫১৮ বৰ্গমাইল) |
জনসংখ্যা (2011) | |
• মুঠ |
১,১০,১৫২ |
• ঘনত্ব | ৮২/km২ (২১০/sq mi) |
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য (ইংৰাজী: South West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।
ইতিহাস
[সম্পাদনা কৰক]দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩ আগষ্টত পশ্চিম খাছী পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে।[1]
ভূগোল
[সম্পাদনা কৰক]মাৱকিৰৱাট দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১,৩৪১ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সকলো গাঁৱক দুটা Community & Rural Development Block য়ে পৰিচালনা (compose) কৰে। যেনে- ৰাণীকোৰ (Ranikor) আৰু মাৱকিৰৱাট। নংষ্ট’ইনৰ Community & Rural Development Block ৰ ৱাৰ্চন লাইংডোহ (Lyngdoh) Gram Sevak Circleৰ অধীনত ১৮খন গাঁও অন্তৰ্ভুক্ত আছে।
প্ৰশাসনিক বিভাগসমূহ
[সম্পাদনা কৰক]দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত
নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
মাৱকিৰৱাট | মাৱকিৰৱাট | ![]() | |
ৰাণীকোৰ | ৰাণীকোৰ | ![]() |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Official circular regarding Mawkyrwat Archived 2013-11-05 at the Wayback Machine
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
এই প্ৰবন্ধটো এই মেঘালয়ৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |