দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক)
| এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
| দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) | |
|---|---|
| স্থাপিত | ১৯৯১ |
| প্ৰশাসনিক কৰ্মচাৰী | প্ৰায় ১৫ জন |
| স্থান | আনন্দবাজাৰ বাক্সা, অসম, ভাৰত |
| ভুক্তি | অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ |
দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) (ইংৰাজী: Dakshin Bijni College,Senior secondary) এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। শিক্ষানুষ্ঠানখণ অসমৰ বাক্সা জিলাৰ আনন্দবজাৰ নামৰ ঠাইখন অৱস্থিত। ১৯৯১ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সংযুক্ত হৈ আছে ।
ইতিহাস
[সম্পাদনা কৰক]১৯৯১ চনত বাক্সা জিলাৰ আনন্দ বজাব অঞ্চলক শিক্ষাৰ জ্যোতিৰে আলোকিত কৰিবলৈ দক্ষিণ বিজনী মহাবিদ্যালয় (জ্যেষ্ঠ মাধ্যমিক) প্ৰতিষ্ঠা কৰা হৈছিল। ভৌগোলিকভাৱে অন্য অঞ্চলৰপৰা পৃথক আৰু সেই অঞ্চলৰ লোকৰ শিক্ষাৰ অনগ্ৰসৰতাৰ বাবে এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৰুৰী হৈ পৰিছিল। বৰ্তমান সময়ত মূলসূঁতিৰ সৈতে সংলগ্ন হৈ আগবাঢ়ি যোৱাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল। সেয়েহে এচাম সচেতন লোক আৰু সমাজ সেৱকসকল উপলব্ধি কৰিছিল যে কেৱল শিক্ষাৰদ্বাৰাহে সেই প্ৰত্যাহ্বানক নিৰ্মূল কৰা সম্ভৱ।
পাঠ্যক্ৰম
[সম্পাদনা কৰক]মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক(কলা) পাঠ্যক্ৰম আগবঢ়া় হয়। তদুপৰি সময়ে সময়ে কেৰিয়াৰ কাউন্সেলিং, আলোচনাচক্ৰ,অনুপ্ৰেৰণামূলক আলোচনা আয়োজন কৰে আৰু শিক্ষাৰ্থীসকলক কেৰিয়াৰ গঢ়াত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম আৰম্ভ কৰিছে।
পুথিভঁৰাল
[সম্পাদনা কৰক]মহাবিদ্যালয়খনে বিভিন্ন পদ্ধতিৰ শিক্ষাদানৰ লগতে পুথিভঁৰালৰ সুবিধাও আগবঢ়ায়।
মহাবিদ্যালয় পত্ৰিকা
[সম্পাদনা কৰক]মহাবিদ্যালয়খনে প্ৰতিবছৰে এখনকৈ মহাবিদ্যালয় পত্ৰিকা প্ৰকাশ কৰে।