সমললৈ যাওক

দশমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দশমী (ইংৰাজী: Dashami, সংস্কৃত: दशमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ,[1] আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ দশম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ দশমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ দশম দিন।[2] দশমী তিথি প্ৰতি মাহৰ দশম আৰু পঞ্চবিংশতম দিনত পৰে।

নৱৰাত্ৰি উৎসৱৰ সময়ত পালন কৰা বিজয়া দশমী উৎসৱ, দশমী তিথিত পৰে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]