দাই জনগোষ্ঠী
অৱয়ব
| 1962-07 1962年 云南德宏傣族姑娘绕丝.jpg | |||||||||||||||
| ১৯৬২ চনত ইউনানৰ দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত এগৰাকী দাই ছোৱালীয়ে ৰেচম বুনাৰ দৃশ্য | |||||||||||||||
| মুঠ জনসংখ্যা | |||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| প্ৰায় ৮ নিযুত | |||||||||||||||
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||||||||
| |||||||||||||||
| ভাষাসমূহ | |||||||||||||||
|
টাই লু, টাই নুৱা, টাই দাম, মেন্ডাৰিন চীনা, ভিয়েটনামী, লাও, থাই | |||||||||||||||
| ধৰ্ম | |||||||||||||||
| সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | |||||||||||||||
দাই জনগোষ্ঠী হৈছে চীনৰ য়ুন্নান প্ৰদেশৰ চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত আৰু দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্তত বাস কৰা কেইবাটাও টাই জাতিৰ ঠাল। চীনৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ৫৬টা নৃগোষ্ঠীয় গোটৰ ভিতৰত দাই জনগোষ্ঠী অন্যতম। সম্প্ৰসাৰণৰ দ্বাৰা, এই শব্দটো বহুলভাৱে লাওছ, ভিয়েটনাম, থাইলেণ্ড আৰু ম্যানমাৰত বাসকৰা টাই-য়াই, লু, চীনা ছান, টাই ডাম, টাই খাও বা আনকি সকলো টাই জাতিৰ বাবেও ব্যৱহাৰ হ'ব পাৰে।
টাই উপগোষ্ঠীসমূহ
[সম্পাদনা কৰক]| চীনা | পিনয়িন | টাই লু | টাই নুয়া | থাই | পৰম্পৰাগত | এলেকা |
|---|---|---|---|---|---|---|
| 傣泐 (西雙版納傣族自治州) |
Dǎilè (Xīshuāngbǎnnà Dǎi) |
tai˥˩ lɯː˩ | ไทลื้อ | টাই লু | চিপছংপান্না টাই স্বায়ত্তশাসিত প্ৰশাসনিক অঞ্চল, লাওচ, থাইলেণ্ড, বাৰ্মা, ভিয়েটনাম | |
| 傣那 (德宏傣) |
Dǎinà (Déhóng Dǎi) |
tai˥˩ nəː˥ | ไทเหนือ, ไทใต้คง, ไทใหญ่ | টাই নুয়া (উত্তৰ টাই, উজনি টাই, চীনা ছান, টাই য়াই) | দেহং বাৰ্মা, | |
| 傣擔 | Dǎidān | tai˥˩ dam˥ | ไทดำ, ลาวโซ่ง, ไททรงดำ | টাই ডাম | জিনপিং (লাওচ, থাইলেণ্ড) | |
| 傣繃 | Dǎibēng | tai˥˩pɔːŋ˥ | ไทเบิ้ง, ไทมาว, ไทใหญ่ | টাই পং | ৰুইলি, গেংমা, লিনকাং আৰু মেকং | |
| 傣端 | Dǎiduān | tai˥˩doːn˥ | ไทขาว | বগা টাই, তাই ডন (তাই খাও, তাই কাও, তাই ডন, দাই কাও, বগা দাই, ৰেড টাই, তাই ব্লাঙ্ক, তাই কাও | জিনপিং | |
| 傣雅 | Dǎiyǎ | tai˥˩jaː˧˥ | ไทหย่า | টাই য়া (তাই কুং, কুং, ইয়া) | জিনপিং, য়ুয়ানজিয়াং | |
| 傣友 | Dǎiyǒu | tai˥˩jiu˩ | ไทโยว | টাই য়' | য়ুয়ানয়াং (ৰঙা নদী) | |
| * lit. "Lao [wearing] black trousers" | ||||||
উৎস
[সম্পাদনা কৰক]- ↑ "Ethnic Groups". China.org.cn. http://www.china.org.cn/english/features/EthnicGroups/136902.htm। আহৰণ কৰা হৈছে: 2008-10-17.
- ↑ Haimei Shen. Risk Society, the Predicaments of Folk Religion and Experience of Modernity: The Guardian Spirits in the Mandi Dailue Ethnic Society of Xishuangbanna Archived 2020-11-06 at the Wayback Machine. China: An International Journal, Vol. 11, No. 2