দাৰ্জিলিং হিলছ ইউনিভাৰচিটি
| দাৰ্জিলিং হিলছ ইউনিভাৰচিটি | |
|---|---|
| दार्जीलिङ पार्वत्य विश्वविद्यालय | |
| মূলমন্ত্ৰ | Excellence · Inclusion · Innovation |
| স্থাপিত | ২০২১ |
| ধৰণ | ৰাজহুৱা বিশ্ববিদ্যালয় |
| ধৰ্মীয় ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
| আচাৰ্য | পশ্চিম বংগ ৰাজ্যপাল |
| উপাচাৰ্য | তেজীমালা গুৰুং নাগ [1] |
| স্থান | মাংপু/মুংপু, দাৰ্জিলিং জিলা, পশ্চিম বংগ, ভাৰত |
| ৱেবছাইট | www |
দাৰ্জিলিং হিলছ ইউনিভাৰচিটি (সংক্ষিপ্তভাৱে ডি.এইচ.ইউ.) এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। দ্য গ্ৰীণফিল্ড ইউনিভাৰ্চিটি এক্ট, ২০১৮ৰ জৰিয়তে পশ্চিম বংগ চৰকাৰে এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। বিশ্ববিদ্যালয়খন ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ দাৰ্জিলিং জিলাত অৱস্থিত।[2][3]The Greenfield University (Amendment) Act, 2019 আইনখনৰদ্বাৰা সংশোধন কৰা হয় আৰু পৰৱৰ্তী সময়ত Greenfield University নামটোৰ ঠাইত 'Darjeeling Hills University' নামটো ব্যৱহাৰ কৰিবলৈ ধৰিলে॥ ২০২১ চনৰ নৱেম্বৰ মাহত প্ৰথম উপাচাৰ্য সুবীৰেশ ভট্টাচাৰ্যক নিযুক্তি দিয়াৰ লগে লগে বিশ্ববিদ্যালয়খন সক্ৰিয়ভাৱে আৰম্ভ হয়।[4][5][6]
ইতিহাস
[সম্পাদনা কৰক]উপাচাৰ্য
[সম্পাদনা কৰক]উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মৰত সুবীৰেশ ভট্টাচাৰ্যই অতিৰিক্তভাৱে দাৰ্জিলিং হিলছ ইউনিভাৰচিটিৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত সুবীৰেশ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ পাছত[7] ওম প্ৰকাশ মিশ্ৰা উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ অন্তৱৰ্তীকালীন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয় আৰু লগতে দাৰ্জিলিং হিলছ ইউনিভাৰচিটিৰ উপাচাৰ্য হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰে। [8]২০২৩ চনৰ মাৰ্চ মাহত প্ৰেম পদ্দাৰক তিনি মাহৰ বাবে উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়।[9] কাৰ্যকাল শেষ হোৱাৰ পিছত ২০২৪ চনৰ ডিচেম্বৰ লৈকে কোনো অন্তৱৰ্তীকালীন বা পূৰ্ণকালীন উপাচাৰ্য নিযুক্তি দিয়া নাছিল। ২০২৫ চনৰ জানুৱাৰীত তেজীমলা গুৰুং নাগে দাৰ্জিলিং হিলছ ইউনিভাৰচিটিৰ প্ৰথম নিয়মীয়া উপাচাৰ্য হিচাপে যোগদান কৰে।
প্ৰশাসন
[সম্পাদনা কৰক]চৌহদ
[সম্পাদনা কৰক]পাঠ্যক্ৰম
[সম্পাদনা কৰক]স্বীকৃতি
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Team, MP (December 18, 2024). "Governor approves appointment of V-Cs for 3 more univs" (English ভাষাত). millenniumpost.in Dec 18, 2024 01:03 IST (Bengal). https://www.millenniumpost.in/bengal/governor-approves-appointment-of-v-cs-for-3-more-univs-591129.
- ↑ "Greenfield University Act, 2018". https://banglaruchchashiksha.wb.gov.in//assets/readwrite/uploads/The_Greenfield_University_Act_2018.pdf। আহৰণ কৰা হৈছে: 23 November 2021.[সংযোগবিহীন উৎস]
- ↑ "Greenfield University (Amendment) Act, 2018". 23 November 2021. Archived from the original on 24 November 2021. https://web.archive.org/web/20211124025441/https://banglaruchchashiksha.wb.gov.in//assets/readwrite/uploads/Greenfield_University_(Amendment)_Act_2019.pdf। আহৰণ কৰা হৈছে: 24 November 2021.
- ↑ "Hills varsity issues notice seeking application to six new PG courses". https://www.telegraphindia.com/west-bengal/need-to-start-offbeat-courses-hill-academics/cid/1840311। আহৰণ কৰা হৈছে: 23 November 2021.
- ↑ ABP Live. https://bengali.abplive.com/news/darjeeling-hills-university-official-started-its-operation-the-first-university-in-darjeeling-847318.
- ↑ Ananda Bazar. https://www.anandabazar.com/west-bengal/north-bengal/darjeeling-hill-university-to-be-opened-in-mongpu/cid/1312565.
- ↑ Singh, Shiv Sahay (2022-09-19). "CBI arrests VC of North Bengal University in teacher recruitment scam" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/kolkata/cbi-arrests-vc-of-north-bengal-university-in-teacher-recruitment-scam/article65909986.ece.
- ↑ "JU professor Omprakash Mishra appointed interim VC of NBU" (en ভাষাত). news.careers360.com. 28 September 2022. https://news.careers360.com/ju-professor-omprakash-mishra-appointed-interim-vice-chancellor-of-north-bengal-university.
- ↑ Paul, Binita. "Prem Poddar to take charge as vice-chancellor of Darjeeling Hills University on Friday". The Telegraph (India). https://www.telegraphindia.com/west-bengal/prem-poddar-to-take-charge-as-vice-chancellor-of-darjeeling-hills-university-on-friday/cid/1924593.