সমললৈ যাওক

দিপ্লু ৰঞ্জন শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিপ্লু ৰঞ্জন শৰ্মা
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০২৪
পূৰ্বসূৰী ৰকিবুল হুছেইন
সমষ্টি চামগুৰি
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
জীৱিকা ৰাজনৈতিক

দিপ্লু ৰঞ্জন শৰ্মা[1] ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনৈতিক। তদুপৰি তেওঁ চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। শৰ্মা ২০২৪ চনৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়[1][2][3]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Samaguri Bypoll Election Result 2024 LIVE: Diplu Ranjan Sarmah of BJP Wins" (en ভাষাত). News18. https://www.news18.com/elections/samaguri-bypoll-election-result-2024-live-leading-winner-mla-9130401.html। আহৰণ কৰা হৈছে: 23 November 2024. 
  2. Bharat, E. T. V. (23 November 2024). "With Samaguri Victory, BJP Makes Inroads into Assam's Minority Bastion" (en ভাষাত). ETV Bharat News. https://www.etvbharat.com/amp/en/!bharat/assam-with-samaguri-victory-bjp-makes-inroads-into-minority-bastion-enn24112306376। আহৰণ কৰা হৈছে: 23 November 2024. 
  3. "BJP’s Diplu Ranjan Sarmah Triumphs In Assam s Samaguri Assembly Bye-Election" (en ভাষাত). m.guwahatiplus.com. https://m.guwahatiplus.com/article/bjps-diplu-ranjan-sarmah-triumphs-in-assams-samaguri-assembly-bye-election/35770/amp। আহৰণ কৰা হৈছে: 23 November 2024.