সমললৈ যাওক

দিব্যা শেঠ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিব্যা শেঠ শ্বাহ
জন্ম দিল্লী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৪ – বৰ্তমান
পিতৃ-মাতৃ সুষমা শেঠ (মাতৃ)
ধ্ৰুৱ শেঠ (পিতৃ)


দিব্যা শেঠ শ্বাহ (ইংৰাজী: Divya Seth Shah) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী৷ তেওঁ দূৰদৰ্শন ধাৰাবাহিক হাম লগত মাঝলী নামৰ এটা চৰিত্ৰত অভিনয় কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ অভিনেত্ৰী সুষমা শেঠ আৰু ধ্ৰুৱ শেঠৰ কন্যা।[1]

তেওঁ বেৰী জনৰ সৈতে দিল্লীত থিয়েটাৰ, টেলিভিছন শ্ব' আৰু জব উই মেটৰ দৰে ছবিত অভিনয় কৰিছিল।[2] ২০২৪ চনৰ ৫ আগষ্টত তেওঁৰ ২৩ বছৰীয়া কন্যা মিহিকা শ্বাহ দীৰ্ঘ সময়ৰ অসুস্থতাৰ বাবে মৃত্যু হয়।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সাহিৰ ৰাজাৰ দ্বাৰা পৰিচালিত শেহতীয়া ৱেব ছিৰিজ দ্য মেৰেড উইমেনত দিব্যা শেঠক দেখা গৈছিল। ৱেব ছিৰিজ খনত থকা তাৰকা অভিনেতাসকলৰ ভিতৰত ৰিদ্ধি ডোগ্ৰা, মণিকা ডোগ্ৰা আদিও আছে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]