সমললৈ যাওক

দিব্যেন্দু পালিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিব্যেন্দু পালিত
জন্ম ৫ মাৰ্চ, ১৯৩৯
ভাগলপুৰ, বেংগল প্ৰেচিডেন্সি‍, ব্ৰিটিছ ভাৰত (এতিয়া বিহাৰ, ভাৰতত)
মৃত্যু ৩ জানুৱাৰী, ২০১৯ (৭৯ বছৰ)
যাদৱপুৰ, কলকাতা, পশ্চিমবঙ্গ, ভাৰত
পেচা ঔপন্যাসিক, কবি, চুটিগল্পকাৰ
ভাষা বাংলা
শিক্ষা স্নাতকোত্তৰ (তুলনামূলক সাহিত্য)
মাতৃশিক্ষায়তন যাদৱপুৰ বিশ্ববিদ্যালয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯৮)
দাম্পত্যসংগী কল্যাণী পালিত
সন্তান

দিব্যেন্দু পালিত (৫ মাৰ্চ ১৯৩৯ – ৩ জানুৱাৰী ২০১৯)[1][2] এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ জন্ম বিহাৰৰ ভাগলপুৰ চহৰত। সাহিত্যত বিষয়ত স্নাতকোত্তৰ। ১৯৫৫ চনৰ পৰাই তেওঁ উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ ইত্যাদি ৰচনা কৰি আহিছিল। তেওঁৰ বহু গল্প বাংলা আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন আৰু ৰেডিঅ’ত ৰূপায়িত হৈছে।

কৰ্মক্ষেত্ৰ

[সম্পাদনা কৰক]

১৯৫৮ চনত পিতৃৰ মৃত্যুৰ পাছত তেওঁ কলকাতালৈ গুচি যায়। হিন্দুস্তান ষ্টেণ্ডাৰ্ডৰ উপ সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৬৫ চনত বিপণন আৰু বিজ্ঞাপন বিষয়ক বৃত্তিত যোগদান কৰে। সেইসূত্ৰে তেওঁ দীৰ্ঘদিন ধৰি ক্লাৰিয়ান-মেককেন এডভাৰটাইজিং চাৰ্ভিচেছ, আনন্দবজাৰ আৰু দ্য ষ্টেটছমেনৰ সৈতে জড়িত আছিল।

টিভি আৰু চলচ্চিত্ৰ

[সম্পাদনা কৰক]

চলচ্চিত্ৰ, দুৰদৰ্শন আৰু ৰেডিঅ'ত তেওঁৰ অনেক গল্প ৰূপায়িত হৈছে।

বঁটা আৰু পদক

[সম্পাদনা কৰক]

গ্ৰন্থ তালিকা

[সম্পাদনা কৰক]
  • অচেনা আৱে‍গ
  • অনুভৱ
  • অনুসৰণ
  • অন্তৰ্ধান
  • অমৃত হৰিণ
  • একদিন চাৰাদিন
  • ঢেউ
  • যখন বৃষ্টি
  • সঙ্গ ও প্ৰসঙ্গ
  • ৰজত জয়ন্তী
  • সংঘাত
  • সতৰ্কবাৰ্তা
  • চিনেমায় যেমন হয়
  • হঠাৎ একদিন
  • হিন্দু

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "দুঃসংবাদ: প্ৰয়াত সাহিত্যিক দিব্যেন্দু পালিত" (bn-IN ভাষাত). January 3, 2019. http://zeenews.india.com/bengali/kolkata/dibyendu-palit-died-at-79_239798.html. 
  2. "প্ৰয়াত সাহিত্যিক দিব্যেন্দু পালিত" (bn-IN ভাষাত). January 3, 2019. Archived from the original on 12 April 2019. https://web.archive.org/web/20190412173513/https://eisamay.indiatimes.com/west-bengal-news/kolkata-news/author-dibyendu-palit-passes-away/articleshow/67363045.cms। আহৰণ কৰা হৈছে: 13 June 2025.