দিলীপ কুমাৰ পাল
অৱয়ব
দিলীপ কুমাৰ পাল | |
|---|---|
| উপ-অধ্যক্ষ, অসম বিধানসভা | |
| কাৰ্যকাল ৩ জুন, ২০১৬ – ৮ মে, ২০১৮ | |
| পূৰ্বসূৰী | ভীমানন্দ তাতী |
| উত্তৰসূৰী | কৃপানাথ মল্লাহ |
| সদস্য, অসম বিধানসভা | |
| কাৰ্যকাল ১১ ছেপ্টেম্বৰ, ২০১৪ – ২ মে, ২০২১ | |
| পূৰ্বসূৰী | সুস্মিতা দেৱ |
| উত্তৰসূৰী | দিপায়ন চক্ৰৱৰ্তী |
| সমষ্টি | শিলচৰ বিধানসভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৯ মাৰ্চ, ১৯৫৬ (৬৯ বছৰ) শিলচৰ, অসম, ভাৰত |
| ৰাজনৈতিক দল | নিৰ্দলীয় |
| আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জনতা পাৰ্টি (মাৰ্চ ২০২১ লৈ, ডিচেম্বৰ ২০২৩ পৰা-বৰ্তমানলৈ) |
দিলীপ কুমাৰ পাল এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৯ মাৰ্চত অসমৰ কাছাৰ জিলাৰ শিলচৰত হৈছিল। তেওঁ শিলচৰ বিধান সভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ২০২০-২১ চনত নিজ বিজেপি দলৰ ভিতৰত কিছু বিতৰ্কৰ বাবে দল ত্যাগ কৰিছিল।[1][2][3][4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dilip Kumar Paul personal website". Archived from the original on 23 December 2016. https://web.archive.org/web/20161223063028/http://dilipkumarpaul.org/। আহৰণ কৰা হৈছে: 22 December 2016.
- ↑ My Neta
- ↑ Dilip Kumar Paul becomes dy speaker unopposed
- ↑ Dilip Kumar Paul was today unanimously elected deputy speaker
- ↑ Dilip Kumar Paul becomes dy speaker unopposed