দীনেশ গোস্বামী
অৱয়ব
একে নামৰ অন্য ব্যক্তিৰ বাবে, দীনেশ চন্দ্ৰ গোস্বামী চাওক।
দীনেশ গোস্বামী | |
---|---|
আইন আৰু ন্যায় মন্ত্ৰী, ভাৰত চৰকাৰ | |
কাৰ্যকাল ১৯৮৯ – ১৯৯০ | |
প্ৰধানমন্ত্ৰী | ভি পি সিং |
পূৰ্বসূৰী | বি শংকৰানন্দ |
উত্তৰসূৰী | সুব্ৰমনিয়াম স্বামী |
ৰাজ্যসভাৰ সদস্য | |
কাৰ্যকাল ১৯৭৮-১৯৮৪, ১৯৯০-১৯৯১ | |
সমষ্টি | অসম |
লোকসভাৰ সদস্য | |
কাৰ্যকাল ১৯৭১-১৯৭৭ | |
পূৰ্বসূৰী | ধীৰেশ্বৰ কলিতা |
উত্তৰসূৰী | ৰেণুকা দেৱী বৰকটকী |
কাৰ্যকাল ১৯৮৫-১৯৮৯ | |
উত্তৰসূৰী | কিৰিপ চলিহা |
সমষ্টি | গুৱাহাটী লোকসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ২৭ মে', ১৯৩৫ পকাসত্ৰ , অবিভক্ত কামৰূপ জিলা, অসম, ব্ৰিটিছ ভাৰত[1] |
মৃত্যু | ৩ জুন, ১৯৯১ (৫৬ বছৰ) গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | অসম গণ পৰিষদ |
দাম্পত্যসঙ্গী | বিভা গোস্বামী |
সন্তান | পুত্ৰ ১, জীয়ৰী ১ |
দীনেশ গোস্বামী (ইংৰাজী: Dinesh Goswami) এজন ভাৰতীয় ৰাজনীতিক আছিল। ১৯৮৯ চনত তেওঁ ভি পি সিং চৰকাৰত আইন আৰু ন্যায় মন্ত্ৰী আছিল।[2][3] ১৯৮৫ চনত গুৱাহাটী সমষ্টিৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অসমৰ পৰা এজন ৰাজ্যসভাৰ সদস্যও আছিল।[4][5][6]
১৯৯১ চনৰ ২ জুনত গৃহ ৰাজ্য অসমত এক গাড়ী দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।[7]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ India. Parliament. Lok Sabha (1971). Who's who. Lok Sabha Secretariat. পৃষ্ঠা. 215. https://books.google.com/books?id=ncSNAAAAMAAJ। আহৰণ কৰা হৈছে: 29 January 2019.
- ↑ "Vice President releases book on Dinesh Goswami". Assam Tribune. 2 May 2013. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304053139/http://www.assamtribune.com/scripts/detailsnew.asp?id=may0213%2Fat094। আহৰণ কৰা হৈছে: 25 October 2015.
- ↑ "Dinesh Goswami, Indian Politician, 56". The New York Times. 3 June 1991. https://www.nytimes.com/1991/06/03/obituaries/dinesh-goswami-indian-politician-56.html। আহৰণ কৰা হৈছে: 25 October 2015.
- ↑ "Brief Profiles of Members". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/g.pdf। আহৰণ কৰা হৈছে: 25 October 2015.
- ↑ "We won't interfere'". Raj Chengappa. India Today. 15 July 1990. http://indiatoday.intoday.in/story/impeachment-is-very-serious-matter-dinesh-goswami/1/315370.html। আহৰণ কৰা হৈছে: 25 October 2015.
- ↑ "Guwahati LS constituency". Pranjal Bhuyan. Assam Tribune. 9 April 2014. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304071306/http://www.assamtribune.com/scripts/mdetails.asp?id=apr0914%2Fcity06। আহৰণ কৰা হৈছে: 25 October 2015.
- ↑ "Dinesh Goswami, Indian Politician, 56". The New York Times. 1991-06-03. ISSN 0362-4331. https://www.nytimes.com/1991/06/03/obituaries/dinesh-goswami-indian-politician-56.html.