সমললৈ যাওক

দীপান্বিতা ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপান্বিতা ৰায়
পেচা লেখিকা আৰু সাংবাদিক
ভাষা
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি মহীদাদুৰ এণ্টিডোট
উল্লেখযোগ্য বঁটা বাল সাহিত্য পুৰস্কাৰ
২০২৪

দীপান্বিতা ৰায় (ইংৰাজী: Dipanwita Roy) এগৰাকী বঙালী লেখিকা আৰু সাংবাদিক।

তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ অধ্যয়ন সমাপ্ত কৰে। শিশু সাহিত্যৰ প্ৰতি তেওঁ সদায় অধিক আগ্ৰহী।

সাহিত্য অকাডেমীয়ে দীপান্বিতা ৰায়ক ২০২৪ চনত, মহীদাদুৰ এণ্টিডোট নামৰ উপন্যাসখনৰ বাবে বাল সাহিত্য পুৰস্কাৰেৰে সন্মানিত কৰিছিল।[1][2][3][4][5]

কৰ্মৰাজি

[সম্পাদনা কৰক]

দীপান্বিতা ৰায় মূলতঃ এগৰাকী শিশু সাহিত্যিক। তেওঁৰ প্ৰকাশিত মৌলিক কাব্যগ্ৰন্থসমূহ হʼল গবেষণাগাৰে গুপ্তচোৰ, জলেৰ তলায় আতংক আৰু মহীদাদুৰ এণ্টিডোট[2][3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Bal Sahitya Puraskar (2010-2024)". https://sahitya-akademi.gov.in/awards/bal%20sahitya%20samman_suchi.jsp। আহৰণ কৰা হৈছে: 16 June 2024. 
  2. 2.0 2.1 "‘তুইও একদিন পাবি’, সত্যি হল নবনীতা দেবসেনেৰ ভবিষ্যদ্বাণী! আত্মহাৰা দীপান্বিতা". sangbadpratidin. https://www.sangbadpratidin.in/entertainment/event/sahitya-akademi-bal-sahitya-puraskar-winner-dipanwita-roy-reminds-nabaneeta-dev-sens-prediction-on-her-award-winning/. 
  3. 3.0 3.1 "দুই নাৰী! বাল সাহিত্য অকাদেমি পেলেন দীপান্বিতা ৰায়, যুব অকাদেমি কবি সুতপা চক্ৰবৰ্তীৰ". sangbadpratidin. https://www.sangbadpratidin.in/entertainment/event/dipanwita-roy-awarded-sahitya-akademi-bal-sahitya-puraskar-and-sutapa-chakraborty-wins-sahitya-akademi-yuva-puraskar-2024/। আহৰণ কৰা হৈছে: 16 June 2024. 
  4. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". economictimes.indiatimes.com. 15 June 2024. https://economictimes.indiatimes.com/news/india/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/articleshow/111018778.cms. 
  5. "Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024". theprint.in. 15 June 2024. https://theprint.in/india/sahitya-akademi-announces-yuva-puraskar-bal-sahitya-puraskar-winners-for-2024/2132795/.